পূজাৰ সময়তে লাখ-লাখ যান-বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ । সকলো যান-বাহনৰ গৰাকীয়ে মানি চলিব এইকেইটা নিয়ম । এই নিয়ম নামানিলে বিপদত পৰিব পাৰে আপুনি ! জানি লওক এই নিয়মসমূহ-
-অত্যধিক বেগত চলাব নোৱাৰিব যান-বাহন ।
-গতিবেগৰ নিৰ্ধাৰিত সীমা মানি চলিব লাগিব সকলোৱে ।
-যান-বাহন আইন ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা ।
-গাড়ী চলোৱাৰ সময়ত ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰিব ।
-চাৰিচকীয়া বাহনৰ চালকে লগাব লাগিব ছীটবেল্ট ।
-বাইকৰ চালক আৰু আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট ।
-সুৰাপাণ কৰি চলাব নোৱাৰিব গাড়ী ।
-ট্ৰেফিক চিগনেল কঠোৰভাৱে মানি চলিব লাগিব ।
-যান-বাহন আইন ভংগ কৰিলেই দহ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে জৰিমনা ।
ইফালে ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ চলিব ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ ।