-দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
-ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন
-২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত অনলাইনযোগে পূৰণ কৰিব লাগিব প্ৰ-পত্ৰ
-মাচুল জমা দিয়াৰ শেষ তাৰিখ ১৫ নৱেম্বৰ
-SBI বেংকত চালান জমা দিয়াৰ অন্তিম তাৰিখ ১৮ নৱেম্বৰ
-শুধৰণিৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ
-sebaregistration.orgৰ জড়িয়তে লাভ কৰিব সৱিশেষ তথ্য
-এই ৱেবচাইটত গৈ পূৰণ কৰিব লাগিব প্ৰ-পত্ৰসমূহ
-বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা মুকলি কৰা হ’ব হেল্পলাইন নম্বৰ
-ASSEB ব’ৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী