শনিবাৰে হাৰিয়ানাত পৰৱৰ্তী চৰকাৰৰ বাবে সম্পন্ন হ’য় ভোটদান প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী নয়ব সিং ছাইনী, মল্লযুঁজাৰুৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিনেশ ফ’গাট আদিকে ধৰি দল-সংগঠনে কেইবাজনো শীৰ্ষ নেতাই নামি পৰিছে প্ৰতিদ্বন্দ্বিতাত। কংগ্ৰেছ, বিজেপি আৰু আপ মূল দল, প্ৰত্যেকেই নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। আজাদ সমাজ পাৰ্টিৰ সৈতে মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে জেজেপিয়ে। হাৰিয়ানাত পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ সম্ভাৱনা কোনে ?
এইবাৰ হাৰিয়ানাত এইবাৰ পতন ঘটিব পাৰে বিজেপি চৰকাৰৰ। অধিকাংশ EXIT POLL-এ সমীকৰণৰ মতে গঠন হ’ব পাৰে কংগ্ৰেছৰ চৰকাৰ
মেট্ৰাইজৰ মতে হাৰিয়ানাত এইবাৰ কংগ্ৰেছ চৰকাৰ
কংগ্ৰেছ- ৫৫-৬২
বিজেপি – ১৮-২৪
JJP- ০-৩
INLD – ৩-৬
অন্যান্য- ২-৫
ধ্ৰুৱ EXIT POLLৰ মতে হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ
কংগ্ৰেছ- ৫৭খন
বিজেপি- ২৭খন
অন্যান্য- ৬খন
দৈনিক ভাস্কৰৰ মতে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ
কংগ্ৰেছ- ৪৫-৫৪
বিজেপি- ১৯-২৯
JJP- ০-১
INLD- ১-৫
অন্যান্য- ১
REPUBLICৰ মতেও হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ
কংগ্ৰেছ- ৫৯
বিজেপি- ২১
JJP- ২
INLD- ৪
অন্যান্য- ৪