-দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যৰ লাখ-লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ
-ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ
-চৰকাৰী ঘৰ নোপোৱা সকলো দৰিদ্ৰ পৰিয়ায়ে লাভ কৰিব ঘৰ
-নতুনকৈ ১ লাখ ৭৩ হাজাৰ ঘৰ দিব চৰকাৰে
-ইতিমধ্যে ২০ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিছে ঘৰ
-১৯ লাখ ৫৪ হাজাৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে
-১৮চনৰ ছাৰ্ভে অনুসৰি এতিয়াও ৭ লাখ মানুহে ঘৰ পাবলৈ বাকী আছে
-পৰ্যায়ক্ৰমে শ্ৰেণীভূক্ত এইসকল লোকেও লাভ কৰিব ঘৰ
-মুখ্যমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা দিয়া হ’ব এই ঘৰ
-অসমত কোনো মানুহৰ কেঁচা ঘৰ নাথাকিব
-দীপাৱলীৰ প্ৰাকক্ষণত এই ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে