ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ আহিছে এটা ভালখবৰ। চৰকাৰী কৰ্মচাৰীসকলক দীপাৱলীৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৱ শৰ্মাই । দীপাৱলী উপলক্ষ্যে ৩০ তাৰিখৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা।
আগতীয়াকৈ চৰকাৰী কৰ্মচাৰীৰ একাউন্টত সোমাব চলিত মাহৰ দৰমহা। সামাজিক মাধ্যমযোগে এই সুখবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।২৮ অক্টোবৰৰ পৰা প্ৰদান কৰা হ’ব দৰমহা