-বিহুৰ বতৰতে শোকাৱহ খবৰ
-জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই
-গীত পৰিৱেশনৰ মাজতে মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী
-ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল তেওঁক
-আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু শিল্পীগৰাকীৰ
-গীত গাই থাকোতে হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ ঢলি পৰিছিল শিল্পীগৰাকী
-ফিল’বাৰী ৰহবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি আছিল ৰাজীৱ শদিয়াই
