-মিছন বসুন্ধৰাত আবেদন কৰা মহানগৰবাসীৰ বাবে ডাঙৰ খবৰ
-১০ শতাংশ প্ৰিমিয়াম দিলেই লাভ কৰিব মাটিৰ ছেটেলমেন্ট
-এই ছেটেলমেন্ট হ’ব চৰ্তসাপেক্ষ
-ইয়াৰ বাবে ১০০ শতাংশ প্ৰিমিয়াম আদায় দিব নালাগে
-মিছন বসুন্ধৰাৰ জৰিয়তে গুৱাহাটীত মাটি পোৱা সকলৰ বাবে এই ভাল খবৰ
-মাটি বিক্ৰী কৰিলে দিব লাগিব সম্পূৰ্ণ প্ৰিমিয়াম
-অথবা এই মাটি কোনো কাৰণতে বন্ধকত দিব নোৱাৰিব
-যিসকলে ছেটেলমেন্ট পোৱা নাছিল তেঁওলোকৰ বাবে কেবিনেটে আনিছে এই ভাল খবৰ
-মাইক্ৰ’ফাইনেন্সৰ ঋণ লাভ কৰা লাখ লাখ মহিলাৰ বাবেও ভাল খবৰ
-যিসকল মহিলাৰ ২৫-৫০ হাজাৰ টকালৈকে ঋণ মাফ আছিল সেইসকলৰ ধন শীঘ্ৰেই ৰেহাই দিয়া হ’ব
-ঋণমুক্ত কৰা অথবা NPAৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত
-৭৮,০৪৬গৰাকী হিতাধিকাৰি ইয়াৰ জৰিয়তে লাভান্বিত হ’ব
-ডিচেম্বৰৰ ভিতৰতে অসম চৰকাৰে ৰূপায়ন কৰিব এই কাৰ্যসূচী
-লগতে আজিৰ কেবিনেটত ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে । ২০২৫ বৰ্ষত ৩৬ টা দিন বন্থ থকাৰ লগতে নতুনকৈ ৭টা সংৰক্ষিত বন্ধ সংযোজন কৰা হৈছে । আলি আয়ে লৃগাঙত ৰাজ্যৰ ১১খন জিলাত প্ৰজোয্য হব চৰকাৰী বন্ধ
-কেবিনেটত হোজাই জিলাৰ সদৰৰ নাম সলনি কৰি শ্ৰীমন্ত শংকৰদেৱ নগৰ হিচাবে নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়
-ইফালে ৰাজ্যৰ ১০৮ মৃত্যঞ্জয় সেৱালৈ ১১৫ কোটি টকা আৱন্টনত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে
-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত