-বিপদ সুনিশ্চিত OC ভাৰ্গৱ বৰবৰাৰ
-ভাৰ্গৱ বৰবৰাৰ কাণ্ডৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী
-আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰা উচিত নহয়
-‘আৰক্ষীৰ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ অতীত হল’
-সাধাৰণ লোকৰ ওপৰত কৰা অপব্যৱহাৰ, হিংসা জনতাই সহ্য নকৰে
-আৰক্ষী সংস্কাৰমুখী হ’ব লাগিব
Assam police must transform into a force that serves and protects the people with dignity and respect, not one that uses unnecessary force against common citizens on the streets. Those days of unchecked power are long gone. Society will no longer tolerate the misuse of authority…
— Himanta Biswa Sarma (@himantabiswa) November 16, 2024
-জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনোপধ্যেই মানি লোৱা নহ’ব
-টুইটযোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
-যিকোনো মুহুৰ্তত চাকৰী হেৰুৱাব পাৰে নিলম্বিত আৰক্ষী বিষয়াজনে
-ৰাজপথত খাকী পোচাকৰ গৰম দেখুৱাইছিল ভাৰ্গৱ বৰবৰাই