শ্ৰীলংকাক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ, এতিয়া বাংলাদেশৰ সৈতে প্ৰতিদ্বন্দ্বিতা
১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপ ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে । সোমবাৰে (২০ ডিচেম্বৰ) কুৱালালামপুৰৰ বায়ুমাছ অভালত অনুষ্ঠিত অন্তিমখন ছুপাৰ-৪ মেচত ভাৰতে শ্ৰীলংকাক ৪ উইকেটত পৰাস্ত কৰে । মেচখনত ভাৰতীয় দলটোৱে জয়ী হ’বলৈ ৯৯ ৰানৰ লক্ষ্য লাভ কৰে, যিটো লক্ষ্য ৩১টা বল বাকী থকা অৱস্থাত উপনীত হয় । ফাইনেলত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব […]
আজি বিশ্ব ধ্যান দিৱসঃ জানক ইয়াৰ গুৰুত্ব, ইতিহাস আৰু ২০২৪ চনৰ বিষয়বস্তু
ধ্যান হৈছে এক মননশীল কৌশল যি অনুশীলন কৰিলে মনটো কেন্দ্ৰীভূত কৰাত সহায় কৰে । মনক শান্ত কৰি সকলো নেতিবাচক চিন্তা আঁতৰোৱাত সহায় কৰে ধ্যানে । মানসিক বিষমুক্তকৰণৰ বাবে এইটো এটা অতি উপকাৰী কৌশল । যেতিয়া কোনো ব্যক্তিয়ে ধ্যানৰ অভ্যাস কৰে তেতিয়া ই মানসিক চাপ কমায়, মনোযোগ বৃদ্ধি কৰে আৰু ব্যক্তিজন সদায় শিথিল হৈ থাকে । […]
কম বাজেটৰ এই ৫খন ছবিয়ে ২০২৪ বৰ্ষত প্ৰত্যাহ্বান জনাইছিল বিগ বাজেটৰ চিনেমাক…
২০২৪ বৰ্ষটো চলচ্চিত্ৰ জগতৰ বাবেও অতি বিশেষ । এই বৰ্ষটোত ইখনৰ পিছত সিখনকৈ ছবিগৃহত মুক্তি পালে বহু ব্লকবাষ্টাৰ ছবিয়ে । শেহতীয়াকৈ মুক্তি পোৱা পুষ্পা-২ ছবিখনৰ বিষয়ে সকলোতে চৰ্চা চলিছে । কিন্তু, এই সকলোবোৰৰ মাজতে আজি আমি এনে কিছুমান ছবিৰ কথা ক’ম, যাৰ বাজেট আছিল অতি কম, কিন্তু এই ছবিবোৰে বক্স অফিচ জোকাৰি গ’ল । সেই […]
বিত্ত মন্ত্ৰীৰ অধ্যক্ষতাত আৰম্ভ জি এছ টি কাউন্সিলৰ বৈঠক, হ’ব পাৰে এই ডাঙৰ ঘোষণা…
আজি ৰাজস্থানৰ জয়ছেলমেৰত জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত হৈছে । ইয়াৰ অধ্যক্ষতা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে । এই বৈঠকত জি এছ টিৰ হাৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব পাৰে । বৈঠকত জীৱন আৰু স্বাস্থ্য বীমা, বিলাসী সামগ্ৰী, বিমান টাৰ্বাইন ইন্ধন (ATF)কে ধৰি আন বহু শাখাৰ সামগ্ৰীৰ জি এছ টি হ্ৰাস […]
গ্ৰহণ কৰক এই এই ৫টা অভ্যাস…কম বয়সতে দেখা নাযাব বাৰ্ধক্যৰ প্ৰভাৱ !
বাৰ্ধক্য এটা স্বাভাৱিক প্ৰক্ৰিয়া যিটো বন্ধ কৰাটো অসম্ভৱ । কিন্তু দৈনন্দিন জীৱনৰ কিছুমান অভ্যাস আছে যিয়ে আমাক ডেকা অথবা কম বয়সীয়া দেখাত সহায় কৰে আৰু বয়স বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰে । আজিৰ ব্যস্ত জীৱনত আমি স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিব পৰা নাই, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে আৰু বাৰ্ধক্যৰ অকাল লক্ষণ দেখা […]
শীতকালৰ নিশা মোজা পিন্ধি শোৱাটো উচিত নে ভুল ? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহৰ বিষয়ে জানক
শীতকালত ঠাণ্ডা ৰাতিবোৰে টোপনিত ব্যাঘাত জন্মোৱাই নহয় শৰীৰৰ উষ্ণতাৰ ভাৰসাম্য ৰক্ষা কৰাটোও প্ৰত্যাহ্বানজনক কৰি তোলে । এনে পৰিস্থিতিত বহুতে শুই থকা অৱস্থাত মোজা পিন্ধাৰ আশ্ৰয় লয় । যদিও এই অভ্যাসৰ কিছু সুবিধা বা উপকাৰীতা আছে তথাপি ইয়াৰ কিছু অসুবিধা বা অপকাৰো আছে । মোজা পিন্ধি শোৱাৰ সুবিধা- শৰীৰৰ উষ্ণতা বজাই ৰাখে- শীতকালত মোজা পিন্ধিলে শৰীৰৰ […]
ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব এইবাৰৰ ‘পৰীক্ষা পে চৰ্চা’, শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
পৰীক্ষাৰ ভয় প্ৰতিহত কৰিবলৈ পুনৰ এবাৰ দেশত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠিত হ’বলৈ গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ আৰম্ভ হৈছে । পৰীক্ষ পে চৰ্চাৰ অষ্টম সংস্কৰণৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিশু তথা শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকে এই অনুষ্ঠানত অংশগ্ৰহণ […]
৪৩ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ কুৱেইট ভ্ৰমণ, ২ দিনত কি কি কৰিব মোদীয়ে ?
আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পশ্চিম এছিয়াৰ এই বৃহৎ দেশখনলৈ ৪৩ বছৰৰ পিছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ । ইয়াৰ পূৰ্বে ১৯৮১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ভ্ৰমণৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে […]
ৰাজ্যৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি, গণশিল্পী সূৰ্য দাসৰ দেহাৱসান
-ৰাজ্যৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি-গণশিল্পী সূৰ্য দাসৰ দেহাৱসান-‘মানুহ দেখিছো আজি বহুত মানুহ’ গীতৰ স্ৰষ্টা সূৰ্য দাস-মৰিগাওঁ অসামৰিক চিকিতসালয়ত শেষ নিশ্বাস ত্যাগ-সূৰ্য দাসৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ
শীতকালীন অধিবেশনত বিতৰ্কৰ উত্তাপ, ৰাজ্যসভাৰ ৬০ শতাংশ আৰু লোকসভাৰ ৪২ শতাংশ সময় অপচয়
সংসদৰ সদ্য সমাপ্ত শীতকালীন অধিৱেশনত কিছু অবিস্মৰণীয় লজ্জাজনক বিতৰ্কৰ সৃষ্টি হয় । আদানী বিষয়ত চৰকাৰ আৰু বিৰোধীৰ মাজত আৰম্ভ হোৱা ৰাজনৈতিক যুদ্ধৰ ফলত তিক্ত অভিযোগ আৰু প্ৰত্যাক্ৰমণৰ পিছত সংবিধান নিৰ্মাতা আম্বেদকাৰৰ নামত জোকাৰণিৰ সৃষ্টি হয় আৰু শেষত গোচৰ ৰুজু হয় । অৱনতি ঘটা সম্পৰ্কৰ মাজতে সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চ সদনৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ […]