বিদেশৰ পৰা উভতি অহা সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশ কৰিবলৈ বিশ্বৰ ভ্ৰমণ কৰা সৰ্বদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে । সকলো সদস্যই নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচীত অংশগ্ৰহণ […]
প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ; ক্ৰমাৎ উৰ্ধগামী পাৰাস্তম্ভ, অসমতো হাহাকাৰ পৰিস্থিতি

প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ । উত্তৰ ভাৰতত প্ৰচণ্ড গৰমে ব্যাহত কৰিছে স্বাভাৱিক জীৱন যাত্ৰা । মঙলবাৰেও ৰাজধানী দিল্লীৰ লগতে বিভিন্ন অঞ্চলত তীব্ৰ গৰম অব্যাহত আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দেওবাৰৰ পৰা তাপমাত্ৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে আৰু আগন্তুক তিনিদিনলৈও একেধৰণৰ পৰিস্থিতি অটুট থকাৰ সম্ভাৱনা আছে । মঙলবাৰে দিল্লীৰ […]
আকাশে বৰষিছে জুই… উৎকট গৰমৰ বাবে সলনি হ’ল বিদ্যালয়ৰ সময়সূচী

উৎকট গৰমৰ বাবে সলনি হ’ল বিদ্যালয়ৰ সময়সূচী শেহতীয়াকৈ নেৰানেপেৰা বৰষুণে জটিল পৰিস্থিতিৰ পিছতে বিগত তিনিদিন ধৰি উৎকট গৰম দহিছে সমগ্ৰ ৰাজ্য । উজনিৰ পৰা নামনিলৈ হোৱা প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহত বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা । উৎকট গৰমৰ বাবে দৈনন্দিন কাম-কাজ তথা বিভিন্ন কাৰ্যসূচীৰ লগতে শিক্ষাদানতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । গৰমৰ বাবে বিদ্যালয়তে কণ কণ ছাত্ৰ-ছাত্ৰী […]
আজি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব সৰ্বদলীয় প্ৰতিনিধি দলে; বৈঠকৰ পূৰ্বে কৰিব লাগিব কোভিড পৰীক্ষা

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব বহিঃৰাষ্ট্ৰৰ পৰা উভতি অহা প্ৰতিনিধি দলে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ চৰকাৰী বাসগৃহ সৰ্বদলীয় প্ৰতিনিধি দলে সাক্ষাৎ কৰিব । জানিব পৰা মতে প্ৰতিনিধি দলৰ সদস্যসকলৰ বাবে Covid-19 টেষ্ট কৰাটো বাধ্যতামূলক হ’ব । এই পদক্ষেপ সুৰক্ষা প্ৰট’কলৰ অধীনত লোৱা হৈছে । তথ্য অনুসৰি অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতৰ বাৰ্তা বিদেশলৈ লৈ যোৱা […]
AI ৰ বাবে চাকৰিক লৈ চিন্তিত নেকি ? এই চাকৰিবোৰৰ ঠাই ল’ব নোৱাৰে এ আইয়ে !

AI ৰ বাবে চাকৰিক লৈ চিন্তিত নেকি ? এ আইৰ আবিৰ্ভাৱৰ পিছৰে পৰা এফালে ই মানুহক বহু কামত সহায় কৰি আহিছে যদিও আনফালে ই বহু লোকৰ বাবে বিপদৰ সংকেত হৈ পৰিছে । কাৰণ এ আইৰ বাবে বহু লোকে চাকৰি হেৰুৱাইছে । এনে পৰিস্থিতিত এতিয়া মানুহে ভয় খাইছে যে এ আইৰ বাবে তেওঁলোকেও চাকৰি হেৰুৱাব পাৰে […]
‘যদি আক্ৰমণ হয় তেতিয়া আমি প্ৰত্যুত্তৰ দিম’; পাকিস্তানক সকিয়নী জয়শংকৰৰ

পাকিস্তানক সকিয়নী জয়শংকৰৰ ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ প্ৰায় তিনি সপ্তাহৰ পাছত ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে পাকিস্তানক সকীয়াই দি কয় যে যদি পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ হয় তেন্তে ভাৰতে উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰে । পাকিস্তানক সকিয়নী জয়শংকৰৰ- সম্প্ৰতি জয়শংকৰ ব্ৰুছেলছ ভ্ৰমণত আছে । তাত এক সাক্ষাৎকাৰত পাকিস্তানক সকিয়নী দি জয়শংকৰে কয় যে ‘যদি পাকিস্তানৰ […]
অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা; দুই সন্তানসহ পিতৃৰ মৃত্যু

অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা দ্বাৰকাত সংঘটিত হৈছে এক কৰুণ ঘটনা । অট্টালিকাৰ সপ্তম মহলাত থকা এটা ফ্লেটত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিওৱাত দুই সন্তানসহ মৃত্যু হয় পিতৃৰ । দ্বাৰকা ছেক্টৰ ১৩ৰ ছাবাদ ছ’চাইটি এম আৰ ভি স্কুলৰ সমীপৰ এটা অট্টালিকাত এই ঘটনা সংঘটিত হয় । লাভ কৰা তথ্য অনুসৰি […]
মাত্ৰ ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে এইগৰাকী বিস্ফোৰক বেটছমেনে…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে নিকোলাছ পুৰাণে মাত্ৰ ২৯ বছৰ বয়সতে বিস্ফোৰক বেটিঙৰ বাবে বিখ্যাত তাৰকা বেটছমেন নিকোলাছ পুৰানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছে । এসময়ত তেওঁ ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়ক আছিল । ইমান কম বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তই ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীক স্তম্ভিত কৰি তুলিছে । কেৰিয়াৰত পুৰাণে ৬১খন এদিনীয়াত […]
আকৌ আহিব নেকি ছুনামি, ভূমিকম্প ! এইবাৰ তামিলনাডুৰ সমুদ্ৰ তীৰত পোৱা গ’ল ‘প্ৰলয় মাছ’

আকৌ আহিব নেকি ছুনামি, ভূমিকম্প ! শেহতীয়াকৈ তামিলনাডুৰ মাছমৰীয়াৰ জালত এটা অতি বিৰল অ’ৰফিছ (Oarfish) ধৰা পৰে, যিয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে । ৰূপালী ৰঙৰ আৰু ফিতা সদৃশ এই মাছটো প্ৰায় ৩০ ফুট পৰ্যন্ত দীঘল হ’ব পাৰে । মাছটোৰ মূৰত এটা বিশেষ ৰঙা ফান থাকে । সাধাৰণতে এই মাছ সাগৰৰ গভীৰতাত পোৱা যায় […]
আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী…

আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰিছে । আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় ক্ৰিকেটত তেওঁৰ অতুলনীয় অৱদানৰ বাবে ধোনীলৈ এই সন্মান আগবঢ়োৱা হৈছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ মাত্ৰ দুদিন পূৰ্বে লণ্ডনত এক অনুষ্ঠান অনুষ্ঠিত […]