পঞ্চায়ত ছিজন ৪ৰ ট্ৰেইলাৰ মুকলি; জানক মুক্তিৰ নতুন তাৰিখ

পঞ্চায়ত ছিজন ৪ৰ ট্ৰেইলাৰ মুকলি ভাৰতৰ আটাইতকৈ প্ৰিয় মনোৰঞ্জন মঞ্চ প্ৰাইম ভিডিঅ’ই আজি মুকলি কৰিলে ‘পঞ্চায়ত ছিজন ৪’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ । ইয়াৰ লগে লগে অনুৰাগীসকলে আন এক উপহাৰ পাইছে । এই শ্ব’ এতিয়া আশা কৰাতকৈ সোনকালে অৰ্থাৎ ২৪ জুনৰ পৰা ষ্ট্ৰীম হ’ব । ‘পঞ্চায়ত’ প্ৰযোজনা দ্য ভাইৰেল ফিভাৰ (টি ভি এফ)ৰ । এই ছিজনটো দীপক […]
১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা; প্ৰজননৰ হাৰ হ্ৰাস : ইউ এন এফ পি এ

১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা মঙলবাৰে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষে (UNFPA) প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৫ চনলৈ ১.৪৬ বিলিয়ন জনসংখ্যাৰে ভাৰত সৰ্বাধিক জনবহুল দেশ হৈ থাকিব । কিন্তু দেশখনৰ মুঠ প্ৰজনন হাৰ ২.১ৰ পৰা ১.৯লৈ হ্ৰাস পাইছে । ২০২৫ চনৰ বিশ্ব জনসংখ্যা তথ্য (এছ অ’ ডব্লিউ পি)ৰ প্ৰতিবেদনে দেখুৱাইছে যে প্ৰকৃত সংকট জনসংখ্যাৰ আকাৰত নহয়, […]
এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ; কেতিয়া অনুষ্ঠিত হ’ব ৫খনীয়া মেচৰ এদিনীয়া শৃংখলা

এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ অসম সন্তান তথা ক্ৰিকেটাৰ ৰিয়ান পৰাগে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনৰ বহু মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ৰ দায়িত্ব পালন কৰিছিল । অৱশ্যে ৰাজস্থান ৰয়েলছ দলটো এই প্ৰতিযোগিতাৰ প্লে অফৰ পৰা বাহিৰ হোৱা তৃতীয়টো দল আছিল । তেওঁৰ দলৰ প্ৰদৰ্শন বৰ ভাল নাছিল । ইয়াৰ পিছতে এতিয়া পৰাগে অধিনায়ক […]
প্ৰচণ্ড গৰমত ভিতৰৰ পৰা নিজকে কেনেকৈ ঠাণ্ডা কৰি ৰাখিব ? এই সহজ টিপছবোৰে কৰিব সহায়

প্ৰচণ্ড গৰমত নিজকে কেনেকৈ ঠাণ্ডা কৰি ৰাখিব ? গৰমৰ প্ৰকোপ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । প্ৰচণ্ড ৰ’দ আৰু গৰম বতাহৰ বাবে মানুহৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাটো অতি কঠিন হৈ পৰিছে । এনে পৰিস্থিতিত বাহিৰত যিমানেই গৰম নহওক কিয়, আপোনাৰ শৰীৰটো ভিতৰৰ পৰা শীতল হৈ থকাটো গুৰুত্বপূৰ্ণ । শৰীৰটোক ভিতৰৰ পৰা শীতল কৰি ৰখাৰ বাবে কিছু সহজ […]
লছ এঞ্জেলছত হিংসাৰ দাৱানল; এপল ষ্ট’ৰ লুটিলে প্ৰতিবাদকাৰীয়ে, ৰাজপথত জুই আৰু হিংসা

লছ এঞ্জেলছত হিংসাৰ দাৱানল আমেৰিকাৰ লছ এঞ্জেলছ চহৰত প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ । চহৰখনত সংঘটিত হৈছে হিংসাত্মক ঘটনা । প্ৰতিবাদকাৰীয়ে এপলৰ শ্ব’ৰুমত লুটপাত সংঘটিত কৰে । বহু ঠাইত অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱাৰ লগতে হিংসাত্মক প্ৰতিবাদত লিপ্ত হৈছে প্ৰতিবাদকাৰী । চহৰখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মেয়ৰ কেৰেন বাছে লছ এঞ্জেলছৰ বহু ঠাইত কাৰ্ফিউ জাৰি কৰিছে […]
ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি…

দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি ভাৰতত দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিগত পৰিস্থিতিৰ লগে লগে চাকৰিৰ বজাৰখনো অহৰহ বিকশিত হৈ আছে । বহুতো নতুন চাকৰি আহি আছে, আনহাতে কিছুমান পুৰণি চাকৰি ক্ৰমান্বয়ে কমি আহিছে । কৃত্ৰিম বুদ্ধিমত্তা আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰা দুটা ধাৰা যিয়ে চাকৰিৰ বজাৰখনক গঢ় দি থাকিব । এই প্ৰতিবেদনত এনে চাকৰিৰ তালিকা […]
গৰমে দহিছে দেশ… বহু ৰাজ্যত জাৰি সতৰ্কবাণী, অসমতো উৰ্ধমুখী পাৰাস্তম্ভ

গৰমে দহিছে দেশ পঞ্জাৱ, হাৰিয়ানাকে ধৰি সমগ্ৰ উত্তৰ ভাৰত এতিয়া প্ৰচণ্ড গৰমৰ কবলত । উত্তৰ-পশ্চিম, মধ্য আৰু পূব ভাৰতত আকাশে জুই বৰষিছে । গৰমে দহিছে দেশ । পুৱা ৯ বজাৰ পিছত ঘৰৰ পৰা ওলাই অহাটোৱেই এতিয়া কঠিন হৈ পৰিছে । সৰ্বোচ্চ উষ্ণতা বেছিভাগ ঠাইতে ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ বিপৰীতে পশ্চিম ৰাজস্থানৰ কিছুমান ঠাইত ৪৭ […]
মাজনিশা শ্বিলঙলৈ অনা হ’ল সোণম ৰঘুবংশীক; আজি আদালতত হাজিৰ কৰোৱা হ’ব সকলো অভিযুক্তক

মাজনিশা শ্বিলঙলৈ অনা হ’ল সোণম ৰঘুবংশীক মেঘালয়ত অনা হ’ল ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী সোণম ৰঘুবংশীক । মেঘালয় আৰক্ষীয়ে মাজনিশা প্ৰায় ১.৩০ বজাত সোণম ৰঘুবংশীক শ্বিলং সদৰ থানালৈ লৈ যায় । লগতে সোণমৰ স্বাস্থ্য পৰীক্ষাও কৰা হয় । মেঘালয় আৰক্ষীৰ হাতত সোণমৰ তিনিদিনীয়া ট্ৰেনজিট ৰিমাণ্ড আছে । এতিয়া মেঘালয় আৰক্ষীয়ে বুধবাৰে শ্বিলং আদালতত আন অভিযুক্ত […]
পুনৰ পিছুৱাই দিয়া হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান; শীঘ্ৰেই ঘোষণা হ’ব নতুন তাৰিখ

পুনৰ পিছুৱাই দিয়া হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ (এক্সিয়াম-৪) উৎক্ষেপণ বৰ্তমানৰ বাবে পিছুৱাই দিয়া হৈছে । স্পেচএক্সে এই কথা ঘোষণা কৰিছে । স্পেচএক্সে জনোৱা মতে, স্পেচএক্সৰ ফেলকন-৯ ৰকেটৰ লিক মেৰামতিৰ বাবে অভিযন্তাসকলে অধিক সময় বিচাৰিছে । ‘ষ্টেটিক ফায়াৰ’ পৰীক্ষাৰ পিছত বুষ্টাৰ পৰিদৰ্শনৰ সময়ত লিকুইড অক্সিজেন (LOx) লিক ধৰা পৰাৰ […]
১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে… দেশ কেনেদৰে শক্তিশালী হৈ উঠিছে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । ভাৰতে প্ৰতিৰক্ষা উৎপাদনত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত স্পষ্টভাৱে গুৰুত্ব আৰোপ কৰিছে । ভাৰতৰ জনসাধাৰণৰ সামূহিক সংকল্প আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক স্বাৱলম্বীতা আৰু প্ৰযুক্তিগত উৎকৰ্ষতাৰ দিশত ভাৰতক লৈ যোৱাৰ অদম্য সংকল্পক লৈ […]