NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা; ৰাজস্থানৰ মহেশ কুমাৰৰ শীৰ্ষস্থান দখল

NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । এই পৰীক্ষাত ৰাজস্থানৰ মহেশ কুমাৰে শীৰ্ষস্থান দখল কৰিছে । ১২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে ২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । প্ৰাৰ্থীসকলে NEET ৰ অফিচিয়েল ৱেবছাইটৰ পৰা নিজৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব । […]
কেৱল পৰাজয়… ২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?

২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ? দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ইতিহাসত বহুকেইজন মহান খেলুৱৈ আছে । তেওঁলোকে উৎকৃষ্ট খেলেৰে ক্ৰিকেটৰ সুনাম বৃদ্ধি কৰিছে । কিন্তু আই চি চিৰ বৃহৎ প্ৰতিযোগিতাত তেওঁলোকে নিজৰ দেশৰ বাবে বিশেষ যাদু দেখুৱাব পৰা নাই । এই কাৰণেই এতিয়াও মহান খেলুৱৈ থকাৰ পিছতো প্ৰটিয়াছৰ নামত কোনো […]
শুভাংশু শুক্লাৰ এক্স-৪ অভিযানৰ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা; এতিয়া এই দিনটোত যাব মহাকাশলৈ

শুভাংশু শুক্লাৰ এক্স-৪ অভিযানৰ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ এক্সিয়াম-৪ অভিযান অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কিছুদিন পিছতে ইছৰোৱে নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিছে । এক্সিয়াম-৪ অভিযানত মহাকাশ ভ্ৰমণৰ প্ৰথমটো প্ৰস্তুতি চলোৱাৰ সময়তে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে শুভাংশু শুক্লা । এতিয়া ১৯ জুনত আনুষ্ঠানিকভাৱে এই অভিযান আৰম্ভ হোৱাৰ কথা । ফ্ল’ৰিডাৰ নাছাৰ কেনেডি […]
আহমেদাবাদ বিমান দুৰ্ঘটনা : বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী !

আহমেদাবাদ বিমান দুৰ্ঘটনা আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ পিছতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । বিমানখনত ক্ৰু মেম্বাৰসহ ২৪২জন লোক আছিল । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে প্ৰকাশিত তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল […]
আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা; শ শ যাত্ৰীসহ ভূপতিত এয়াৰ ইণ্ডিয়াৰ বিমান

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা দেশত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে । দুৰ্ঘটনাস্থলীৰ ক’লা ধোঁৱাই আকাশ আৱৰি ধৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল । জানিব পৰা মতে আহমেদাবাদ বিমানবন্দৰৰ পৰা বিমানখন উৰণৰ লগে লগে এই দুৰ্ঘটনা সংঘটিত হয় । […]
আহি আছে নতুন আইন… ২০ ডিগ্ৰীৰ তলত আৰু ২৮ ডিগ্ৰীতকৈ ওপৰত চলাব নোৱাৰিব এচি

আহি আছে নতুন আইন সমগ্ৰ দেশতে চলি থকা ভয়াৱহ গৰম আৰু গ্ৰীষ্মপ্ৰৱাহৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এয়াৰ কণ্ডিচনাৰ (AC) ব্যৱহাৰৰ সন্দৰ্ভত এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে । কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে এতিয়া এচিৰ উষ্ণতা মানকৃত কৰা হ’ব । তেওঁ কয় যে শক্তি সংৰক্ষণ, শক্তিৰ ব্যৱহাৰ হ্ৰাস আৰু পৰিৱেশৰ ভাৰসাম্যৰ […]
এইকেইখন হৈছে এম বি বি এছ অধ্যয়নৰ বাবে ভাৰতৰ শীৰ্ষ ১০ খন চিকিৎসা মহাবিদ্যালয়

এম বি বি এছ অধ্যয়নৰ বাবে ভাৰতৰ শীৰ্ষ ১০ খন চিকিৎসা মহাবিদ্যালয় সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলে NEET UG 2025 ৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে । ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা অৰ্থাৎ এন টি এয়ে ১৪ জুনত ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত সফল প্ৰাৰ্থীসকলে কাউন্সেলিং প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব আৰু তাৰ ভিত্তিত তেওঁলোকক চিকিৎসা মহাবিদ্যালয়ত […]
চেকিঙৰ সময়ত তীব্ৰবেগী বাহনে মহতিয়ালে আৰক্ষীক; ১জনৰ মৃত্যু, ৩জনৰ অৱস্থা সংকটজনক

তীব্ৰবেগী বাহনে মহতিয়ালে আৰক্ষীক নিয়মীয়া চেকিঙৰ সময়তে তীব্ৰবেগী বাহনে মহতিয়ালে কৰ্তব্যৰত আৰক্ষীক । বিহাৰৰ ৰাজধানী পাটনাত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা । অটল পথত বাহন চেকিঙৰ সময়ত এখন তীব্ৰবেগী স্ক’ৰপিঅ’ই চাৰিজন আৰক্ষীক মহতিয়াই নিয়ে । এই ঘটনাত এগৰাকী মহিলা কনিষ্টবলৰ মৃত্যু হয় । আনহাতে আন ৩ জন সংকটজনক অৱস্থাত চিকিতসাধীন হৈ আছে । এছ […]
টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কাগিছ’ ৰাবাডাৰ বিধ্বংসী ৰূপ; পাঁচ উইকেট দখেলেৰে সৃষ্টি কৰিলে ইতিহাস

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কাগিছ’ ৰাবাডাৰ বিধ্বংসী ৰূপ ২০২৫ৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনটোত দক্ষিণ আফ্ৰিকাই শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় । ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত অনুষ্ঠিত হোৱা টেষ্ট চেম্পিয়নশ্বিপৰ এই মেচখনত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই খেলখনত কেংগাৰু দলটোৱে ২১২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই । দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ […]
অব্যাহত আছে অসহনীয় গৰম; গ্ৰীষ্মপ্ৰৱাহৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এইসমূহ পদ্ধতি

অব্যাহত আছে অসহনীয় গৰম ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত অব্যাহত আছে প্ৰচণ্ড গৰম । বতৰ বিজ্ঞান বিভাগে দিল্লীকে ধৰি কিছু অঞ্চলৰ বাবে আগন্তুক দুদিনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । এই সতৰ্কবাণীয়ে মানুহক সাৱধান হ’বলৈ আৰু গ্ৰীষ্মপ্ৰৱাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কয় কাৰণ এই বতৰত এটা সৰু গাফিলতিও মাৰাত্মক হৈ উঠিব পাৰে । ইফালে সোমবাৰে […]