৭.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে দেশ, এতিয়ালৈকে ১৪ জন লোকৰ মৃত্যু, শ শ লোক আহত
দক্ষিণ প্ৰশান্ত মহাসাগৰৰ এখন দ্বীপ ৰাষ্ট্ৰ ভানুআটুত মঙলবাৰে (১৭ ডিচেম্বৰ) পুৱা প্ৰায় ৭:১৫ বজাত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই দেশখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে । ভানুআটুৰ মূল দ্বীপ এফাটেৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত ৫৭ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল । এই ভূমিকম্পৰ ফলত এতিয়ালৈকে ভানুআটুত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু শতাধিক লোক আহত হৈছে । আমেৰিকাৰ […]
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অশ্বিনৰ, গাব্বা টেষ্টৰ পিছতে ল’লে সিদ্ধান্ত
ভাৰতৰ প্ৰবীণ স্পানাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । গাব্বা টেষ্টৰ পিছত সংবাদমেলত এই কথা তেওঁ ঘোষণা কৰে । অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে সংবাদমেলত উপস্থিত হৈ এই ঘোষণা কৰে অশ্বিনে । অৱসৰৰ পূৰ্বে অশ্বিনক বিৰাট কোহলীৰ সৈতে ড্ৰেছিং ৰুমত বহি থকা দেখা গৈছিল । এই সময়ত কোহলীয়ে তেওঁক সাৱটি […]
বৰষুণে ঘটালে বিঘিনি, ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট ড্ৰ’
ব্রিছবেনৰ দ্য গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ অমীমাংসিতভাৱে সমাপ্ত হয় । অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৭৫ ৰানৰ লক্ষ্য বান্ধি দিছিল । কিন্তু খেলখনৰ পঞ্চম দিনা চাহ বিৰতিৰ পাছত মেচ আৰম্ভ কৰিব পৰা নগ’ল । বৰষুণ আৰু পোহৰৰ অভাৱৰ বাবে মেচখন ড্ৰ’ ঘোষণা কৰা হয় । ইয়াৰ পিছতে এই শৃংখলাত […]
এই ৫টা ভুল বাধা হৈ পৰিব পাৰে আপোনাৰ কেৰিয়াৰত, যদি জানে তেন্তে ৰক্ষা পৰিব আপোনাৰ পেছাদাৰী জীৱন
নিজৰ কেৰিয়াৰত সফলতা লাভ কৰাটো সকলোৰে সপোন । কিন্তু বহু সময়ত মানুহে অজানিতে এনে ভুল কৰে, যিবোৰ তেওঁলোকৰ পেছাদাৰী জীৱনৰ বিকাশত আটাইতকৈ ডাঙৰ বাধা হৈ পৰে । কেৰিয়াৰৰ আৰম্ভণিতে সঠিক দিশ আৰু সঠিক অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজনীয় । ইয়াত ৫টা সাধাৰণ ভুল উল্লেখ কৰা হৈছে যিবোৰ আপুনি এৰাই চলি আপোনাৰ কেৰিয়াৰক নতুন উচ্চতালৈ লৈ […]
এই ৩ বিধ খাদ্যই ক’লা, ডাঠ আৰু শক্তিশালী কৰি ৰাখিব আপোনাৰ চুলি, নাইকিয়া হ’ব চুলি সৰা সমস্যা
ফণিওৱাৰ সময়ত এডাল বা দুডাল চুলি সৰি পৰাটো স্বাভাৱিক, কিন্তু এই সময়ত যদি গোটেই ফণীখন চুলিৰে ভৰি পৰে তেন্তে আপুনি আপোনাৰ চুলিৰ অতিৰিক্ত যত্ন ল’ব লাগিব । ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্য তালিকাত বায়’টিন খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব । কাৰণ বায়’টিনৰ অভাৱত চুলি সৰা, ফটা আৰু দুৰ্বল হৈ পৰাৰ সমস্যাৰ সৃষ্টি হয় । এনে পৰিস্থিতিত […]
গাব্বা টেষ্টঃ ৮৯ ৰানত দ্বিতীয় ইনিংছ ঘোষণা অষ্ট্ৰেলিয়াৰ, ভাৰতৰ সন্মুখত ২৭৫ ৰানৰ লক্ষ্য
আকৰ্ষণীয় হৈ পৰিছে ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট । গাব্বা টেষ্টৰ অন্তিম তথা পঞ্চমটো দিনত অষ্ট্ৰেলিয়াই ৭ উইকেটত ৮৯ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে । ইয়াৰ লগে লগে ৫৪ অভাৰত ২৭৫ ৰানৰ লক্ষ্য লাভ কৰিছে ভাৰতে । অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ভাৰতৰ যশপ্ৰীত বুমৰাহে বিধ্বংসী বলিঙেৰে ৩টা উইকেট দখল কৰাত সফল হয় । আকাশ দীপ আৰু মহম্মদ […]
অস্কাৰ ২০২৫ৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘লাপাটা লেডিজ’, শ্বাহানা গোস্বামীৰ ‘সন্তোষ’ৰ পৰা আশা
২০২৫ চনৰ অস্কাৰত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কিৰণ ৰাওৰ ছবি ‘লাপাতা লেডিজ’ এ । আমিৰ খানৰ প্ৰযোজিত এই ছবিখন ৯৭ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম শিতানত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ আছিল । কিন্তু বেয়া খবৰটো হ’ল ‘লাপাটা লেডিজ’ বৰ্তমান অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হৈছে । এই খবৰ লাভ কৰি অনুৰাগীসকল অতিশয় হতাশ হৈ পৰিছে […]
প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, অমিত শ্বাহৰ ডাঙৰ ঘোষণা…
ৰাজ্যসভাত সংবিধান সন্দৰ্ভত আলোচনাৰ অন্তিম দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । ইয়াৰ মাজতে তেওঁ ইউনিফৰ্ম চিভিল কোড (UCC)ৰ বিষয়তো কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । ইউনিফৰ্ম চিভিল কোড (ইউ চি চি) আৰু মুছলিম পাৰ্চনেল ল’ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে স্পষ্ট কৰি দিব লাগে যে দেশত সমান আইন থাকিব লাগে নে নাই । […]
‘৫৪ বছৰীয়া যুৱ নেতা…’ : সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীক সমালোচনা অমিত শ্বাহৰ
সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাৰ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে ৫৪ বছৰীয়া যুৱ নেতাই আমি সংবিধান সলনি কৰিম বুলি কৈ থাকে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ‘মোহাব্বতৰ দোকান’ সন্দৰ্ভতো সমালোচনা কৰি শ্বাহে কয় যে আমি প্ৰতিখন গাঁৱতে মোহাব্বতৰ দোকান খোলা সকলৰ বহু […]
গোপনীয়তা ভংগ… মেটাই ভৰিলে ২২৩৯ কোটিৰ জৰিমনা
সোমবাৰে ইউৰোপীয় সংঘৰ গোপনীয়তা নিৰীক্ষণ সংস্থাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ মালিকনাধীন কোম্পানী মেটাক ২২৩৯ কোটি টকা (২৫১ মিলিয়ন ইউৰো) জৰিমনা বিহিছে । ২০১৮ চনত ফেচবুকৰ ডাটা উলংঘনৰ তদন্তৰ পিছতে এই জৰিমনা বিহা হৈছে, যিয়ে লাখ লাখ একাউণ্টত প্ৰভাৱ পেলাইছিল । আয়াৰলেণ্ডৰ ডাটা প্ৰটেকচন কমিছনে এই উলংঘনৰ তদন্ত সম্পূৰ্ণ কৰাৰ পিছতে এই জৰিমনা বিহে । এই […]