এনেদৰে খাওক নৰসিংহৰ পাত…নাইকিয়া হ’ব পেটৰ লগত জড়িত সমস্যা
প্ৰত্যেক ঘৰতেই সহজেই উপলব্ধ বিভিন্ন গুণেৰে ভৰপূৰ এবিধ উদ্ভিদ হৈছে নৰসিংহ । খাদ্যৰ জুতি বৃদ্ধি কৰিবলৈ ইয়াক বিভিন্ন শাক-পাচলিৰ ভাজি আৰু দালিতো ব্যৱহাৰ কৰা হয় । লগতে চাটনি হিচাবেও বহুতে ইয়াক খাদ্যৰ সৈতে ব্যৱহাৰ কৰে । এই পাতে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ অনেক স্বাস্থ্যজনিত উপকাৰীতাও আছে । যদি আপুনি দৈনিক ইয়াৰ ৭-৮টা […]
যদি আপুনি শীতকালত তুষাৰপাত উপভোগ কৰিব বিচাৰে, তেন্তে ভাৰতৰ এইকেইটা স্থানলৈ বুক কৰক টিকট
আপুনি জানেনে যে ভাৰতত এনে বহুতো দৰ্শনীয় ঠাই আছে, য’ত আপুনি নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ তুষাৰপাত উপভোগ কৰিব পাৰে । যদি আপুনি তুষাৰপাতৰ ৰোমাঞ্চকৰ অভিযানৰ সপোন দেখি আছে, তেন্তে আমি এনে ঠাইৰ এখন তালিকা লৈ আহিছোঁ য’ত আপুনি শীতকালৰ যাদু উপভোগ কৰিব পাৰে আৰু আপোনাৰ পৰিয়াল, বন্ধুবৰ্গ বা আপোনাৰ সংগীৰ সৈতে যথেষ্ট আনন্দ কৰিব পাৰে । […]
সজীৱ হৈ আছে ফাইনেলত প্ৰৱেশৰ আশা, এতিয়াও টেষ্ট চেম্পিয়নশ্বিপৰ পইন্ট টেবুলৰ তৃতীয় স্থানত আছে ভাৰত
ব্ৰিছবেনৰ গাব্বা খেলপথাৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট মেচ অমীমাংসিত ভাৱে সমাপ্ত হৈছে । এই টেষ্টখনৰ পিছত, ভাৰতীয় দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট তালিকাত তৃতীয় স্থানত আছে । অৱশ্যে, ডব্লিউ টি চিৰ ফাইনেলত উপনীত হোৱাৰ ভাৰতৰ আশা এতিয়াও জীয়াই আছে আৰু তেওঁলোকে দ্বিতীয় স্থান লাভ কৰি ইয়াৰ বাবে যোগ্যতা […]
‘কংগ্ৰেছে আম্বেদকাৰৰ উত্তৰাধিকাৰ মচি পেলাবলৈ চেষ্টা কৰিছিল’, বিৰোধীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
বি আৰ আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া বিবৃতিক লৈ দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে । কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে এই বিষয়টো সন্দৰ্ভত বিজেপিক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে । ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম্বেদকাৰৰ বিষয়টোক লৈ কংগ্ৰেছক লক্ষ্য কৰি লয় । এই বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, “কংগ্ৰেছে আম্বেদকাৰক কৰা অপমান লুকুৱাব নোৱাৰে । এটা […]
‘আম্বেদকাৰৰ নাম লোৱাটো ফেশ্বন…’ বক্তব্যক লৈ হুলস্থুল, অমিত শ্বাহক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ৰাজ্যসভাত সংবিধান সন্দৰ্ভত বিতৰ্কৰ সময়ত ড০ বি আৰ আম্বেদকাৰক লৈ কংগ্ৰেছক আক্ৰমণ কৰে । এই সময়ছোৱাত, অমিত শ্বাহৰ এটা মন্তব্যক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু বিৰোধীয়ে অমিত শ্বাহৰ বিৰুদ্ধে ড০ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰ ফলত বুধবাৰে সংসদত হুলস্থূল অব্যাহত থাকে আৰু বিৰোধীৰ হুলস্থূলৰ বাবে সদনৰ […]
৭.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে দেশ, এতিয়ালৈকে ১৪ জন লোকৰ মৃত্যু, শ শ লোক আহত
দক্ষিণ প্ৰশান্ত মহাসাগৰৰ এখন দ্বীপ ৰাষ্ট্ৰ ভানুআটুত মঙলবাৰে (১৭ ডিচেম্বৰ) পুৱা প্ৰায় ৭:১৫ বজাত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই দেশখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে । ভানুআটুৰ মূল দ্বীপ এফাটেৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত ৫৭ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল । এই ভূমিকম্পৰ ফলত এতিয়ালৈকে ভানুআটুত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু শতাধিক লোক আহত হৈছে । আমেৰিকাৰ […]
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অশ্বিনৰ, গাব্বা টেষ্টৰ পিছতে ল’লে সিদ্ধান্ত
ভাৰতৰ প্ৰবীণ স্পানাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । গাব্বা টেষ্টৰ পিছত সংবাদমেলত এই কথা তেওঁ ঘোষণা কৰে । অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে সংবাদমেলত উপস্থিত হৈ এই ঘোষণা কৰে অশ্বিনে । অৱসৰৰ পূৰ্বে অশ্বিনক বিৰাট কোহলীৰ সৈতে ড্ৰেছিং ৰুমত বহি থকা দেখা গৈছিল । এই সময়ত কোহলীয়ে তেওঁক সাৱটি […]
বৰষুণে ঘটালে বিঘিনি, ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট ড্ৰ’
ব্রিছবেনৰ দ্য গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ অমীমাংসিতভাৱে সমাপ্ত হয় । অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৭৫ ৰানৰ লক্ষ্য বান্ধি দিছিল । কিন্তু খেলখনৰ পঞ্চম দিনা চাহ বিৰতিৰ পাছত মেচ আৰম্ভ কৰিব পৰা নগ’ল । বৰষুণ আৰু পোহৰৰ অভাৱৰ বাবে মেচখন ড্ৰ’ ঘোষণা কৰা হয় । ইয়াৰ পিছতে এই শৃংখলাত […]
এই ৫টা ভুল বাধা হৈ পৰিব পাৰে আপোনাৰ কেৰিয়াৰত, যদি জানে তেন্তে ৰক্ষা পৰিব আপোনাৰ পেছাদাৰী জীৱন
নিজৰ কেৰিয়াৰত সফলতা লাভ কৰাটো সকলোৰে সপোন । কিন্তু বহু সময়ত মানুহে অজানিতে এনে ভুল কৰে, যিবোৰ তেওঁলোকৰ পেছাদাৰী জীৱনৰ বিকাশত আটাইতকৈ ডাঙৰ বাধা হৈ পৰে । কেৰিয়াৰৰ আৰম্ভণিতে সঠিক দিশ আৰু সঠিক অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজনীয় । ইয়াত ৫টা সাধাৰণ ভুল উল্লেখ কৰা হৈছে যিবোৰ আপুনি এৰাই চলি আপোনাৰ কেৰিয়াৰক নতুন উচ্চতালৈ লৈ […]
এই ৩ বিধ খাদ্যই ক’লা, ডাঠ আৰু শক্তিশালী কৰি ৰাখিব আপোনাৰ চুলি, নাইকিয়া হ’ব চুলি সৰা সমস্যা
ফণিওৱাৰ সময়ত এডাল বা দুডাল চুলি সৰি পৰাটো স্বাভাৱিক, কিন্তু এই সময়ত যদি গোটেই ফণীখন চুলিৰে ভৰি পৰে তেন্তে আপুনি আপোনাৰ চুলিৰ অতিৰিক্ত যত্ন ল’ব লাগিব । ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্য তালিকাত বায়’টিন খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব । কাৰণ বায়’টিনৰ অভাৱত চুলি সৰা, ফটা আৰু দুৰ্বল হৈ পৰাৰ সমস্যাৰ সৃষ্টি হয় । এনে পৰিস্থিতিত […]