যুদ্ধত লিপ্ত হ’ল পৃথিৱীৰ বহু দেশ… বিশ্বৰ বাবে, শান্তিৰ বাবে হতাশাজনক ২০২৪ !
বিশ্বৰ বাবে, শান্তিৰ বাবে ২০২৪ চন আছিল হতাশাজনক । ইতিমধ্যে বহু দেশ যুদ্ধত পূৰ্বৰ পৰাই লিপ্ত আছিল, আনহাতে এই বছৰ বহু দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে । লগতে বহু দেশ সন্মুখীন হৈছে গৃহযুদ্ধৰ । এনে পৰিস্থিতিত আটাইতকৈ বেছি বিপদৰ সন্মুখীন হৈছে এই দেশসমূহত থকা সাধাৰণ জনতা । এই বছৰ বিশ্বত এনে বহু ঘটনা সংঘটিত হৈছিল, […]
পি এম আৱাস যোজনাৰ অধীনত নতুন ঘৰৰ বাবে কেনেকৈ আৱেদন কৰিব ? জানক সমগ্ৰ প্ৰক্ৰিয়া…
যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা (PM Awas Yojana 2.0)ৰ অধীনত লাভৱান হ’ব বিচাৰে, তেন্তে চৰকাৰে আপোনাৰ বাবে দ্বিতীয় পৰ্যায়ৰ এম আৱাস যোজনা আৰম্ভ কৰিছে । আৰ্থিকভাৱে দুৰ্বল (ই ডব্লিউ এছ) আৰু চহৰ অঞ্চলত বসবাস কৰা মধ্যবিত্তীয় পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰই দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (পি এম এ ৱাই ২.০) […]
শীতকালত খেজুৰ খোৱাৰ আছে আচৰিত উপকাৰ, জানি লওক ইয়াৰ লাভালাভ…
শীতকালত এনেবোৰ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰা হয় যিয়ে আপোনাৰ শৰীৰক ভিতৰৰ পৰা উষ্ণতা প্ৰদান কৰে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে । লগতে ঋতুভিত্তিক ৰোগবোৰ আপোনাৰ পৰা আঁতৰত থাকে । এনে পৰিস্থিতিত খেজুৰ সেৱনে শৰীৰক শক্তি প্ৰদান কৰাই নহয় আন বহুতো স্বাস্থ্য উপকাৰিতাও প্ৰদান কৰে । খেজুৰ খোৱাৰ স্বাস্থ্য উপকাৰীতা- হাড় মজবুত কৰি […]
মহানগৰীত ১৬৩ ধাৰা জাৰি, এটা স্থানতে একত্ৰিত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক
মৃদুল ইছলামৰ ঘটনাৰ পিছতে মহানগৰীত জাৰি কৰা হৈছে ১৬৩ ধাৰা । এই ধাৰা জাৰি থকালকৈ মহানগৰীত কঠোৰ হ’ব আৰক্ষী । মহানগৰীৰ কোনো এটা স্থানতে একত্ৰিত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক । প্ৰতিবাদ , ধৰ্ণা , শ্লোগান দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী । উল্লেখ্য যে, মৃদুল ইছলামৰ ঘটনাৰ পিছতে গুৱাহাটীত বৃহৎ প্ৰতিবাদৰ আশংকা কৰা হৈছে […]
চুমী বৰাৰ জামিন লাভ…এতিয়া জেলতেই থাকিব নে মুকলি আকাশৰ তললৈ আহিব ?
-চুমী বৰাৰ জামিন লাভ-গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে চুমী বৰাৰ-সময়মতে CBI দিব নোৱাৰিলে চাৰ্জশ্বীট-জামিন লাভ কৰিলেও কাৰাগাৰতে থাকিব লাগিব চুমী-চুমী বৰাৰ বিৰুদ্ধে বৰ্তমানেও আছে কেইবাটাও গোচৰ
২০২৪: টি-২০ত ভাৰতৰ বাবে স্বৰ্ণিম বছৰ…বাৰ্বাডোছত উৰিছিল ত্ৰিৰংগা
২০২৪ বৰ্ষটো শেষ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এই বছৰটো বহু দিশত স্মৰণীয় হ’ব য’ত ভাৰতে ক্ৰীড়াতো বহু কৃতিত্ব অৰ্জন কৰিছিল । প্ৰায় ছমাহ পূৰ্বে ২০২৪ চনৰ ৩০ জুনত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বাৰ্বাডোছত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল । ২০২৩ চনৰ এদিনীয়া […]
১-১ ব্যৱধানত সমতাত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰ্ফী, গাব্বা টেষ্ট ড্ৰ’ৰ পিছত মেল’বৰ্ণলৈ ৰাওনা টিম ইণ্ডিয়া
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ এতিয়া এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত তিনিখন টেষ্ট খেলা হৈছে । গাব্বা টেষ্ট ড্ৰ’ হোৱাৰ পাছত এতিয়া ১-১ ব্যৱধানত সমতাত আছে এই শৃংখলা । এতিয়া এই টেষ্ট ছিৰিজত আৰু দুখন মেচ বাকী আছে । মেল’বৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব চতুৰ্থখন টেষ্ট […]
আজি গোৱা মুক্তি দিৱস, জানক এই ৰাজ্যখনৰ স্বাধীনতাৰ স্মৰণীয় কাহিনী…
১৯ ডিচেম্বৰত উদযাপন কৰা হয় গোৱা মুক্তি দিৱস । এই দিনটোৱে ১৯৬১ চনত পৰ্তুগীজ শাসনৰ পৰা গোৱা মুক্ত হোৱাৰ ঐতিহাসিক দিনটোক চিহ্নিত কৰে । এই দিৱসত গোৱাৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াসকলৰ সাহস আৰু দৃঢ়তাক উদযাপন কৰা হয়, যি ঐক্যৰ প্ৰতীক । ই ভাৰতৰ ওপৰত যিকোনো ইউৰোপীয় ঔপনিৱেশিক শাসনৰ অন্ত পেলাই ১৯৬১ চনত পৰ্তুগীজ শাসিত গোৱা […]
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোন আছিল অশ্বিনৰ শেষ চিকাৰ ? জানক কোনটো দলৰ বিৰুদ্ধে উইকেট লৈছিল তেওঁ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰবিচন্দ্ৰন অশ্বিনে । অশ্বিনে টিম ইণ্ডিয়াৰ হৈ অল ৰাউণ্ডাৰৰ ভূমিকা পালন কৰি আহিছে । টেষ্টৰ লগতে এদিনীয়া ক্ৰিকেটতো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট খেলৰ অন্তত অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অশ্বিনৰ শেষ চিকাৰ কোন হ’ল […]
৪৩ বছৰৰ পিছত প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী…২১ ডিচেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া কুৱেইট ভ্ৰমণ
কুৱেইটৰ আমিৰ শ্বেখ মিছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত অহা ২১ আৰু ২২ ডিচেম্বৰত কুৱেইট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এয়া ৪৩ বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্ৰমণ হ’ব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও […]