মোৰ চকু কাণ তামিলনাডুৰ ওপৰত… দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ

দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ তামিলনাডু ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদুৰাইত অগ্নিবৰ্ষা ভাষণ প্ৰদান কৰে । তেওঁ কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰিব । ৰাজনৈতিক বাৰ্তাৰে ভৰা ভাষণত অমিত শ্বাহে কেৱল তামিলনাডুতে নহয়, পশ্চিমবংগতো বিজেপিৰ আগমনৰ ভৱিষ্যদ্বাণী কৰে । শ্বাহে কয়, “তামিলনাডুৰ জনসাধাৰণে দুৰ্নীতিগ্ৰস্ত ডি […]
ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা; সকলো জল্পনা-কল্পনাক খাৰিজ কৰিলে বৈদেশিক মন্ত্ৰালয়ে

ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা হজৰ বাবে ভাৰতীয়ক ছৌদি আৰৱলৈ যোৱাত নিষেধাজ্ঞা আৰোপৰ জল্পনা-কল্পনা নাকচ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ছৌদি আৰৱলৈ যোৱাত কোনো ভাৰতীয়ৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চৌদি আৰবে […]
লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা; নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসা

লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা আমেৰিকাৰ লছ এঞ্জেলছত অনুপ্ৰৱেশৰ বিষয়টোক লৈ চলি থকা হিংসাত্মক পৰিস্থিতি এতিয়াও বন্ধ হোৱা নাই । লছ এঞ্জেলছৰ ৰাজপথত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বহু ঠাইত বাহন পৰ্যন্ত জ্বলাই দিয়া দেখা গৈছে । ৰাষ্ট্ৰপতি ট্ৰাম্পে লছ এঞ্জেলছত নেচনেল গাৰ্ড মোতায়েনৰ নিৰ্দেশ দিছিল । কিন্তু নেচনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ […]
ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী; সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূৰ্ণ সমৰ্থন

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী শনিবাৰে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ লেমীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈঠকত তেওঁলোকে সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শনিবাৰে পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত উপস্থিত […]
ফ্ৰেন্স অ’পেনৰ নতুন চেম্পিয়ন কোকো গ’ফ; ফাইনেলত বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈক কৰিলে পৰাস্ত

ফ্ৰেন্স অ’পেনৰ নতুন চেম্পিয়ন কোকো গ’ফ ২০২৫ৰ ফ্ৰেন্স অ’পেনত মহিলাৰ চিংগলছ খিতাপ দখল কৰিছে বিশ্বৰ দ্বিতীয় স্থানত থকা টেনিছ খেলুৱৈ আমেৰিকাৰ কোকো গ’ফে । শনিবাৰে (৭ জুন) ৰ’লেণ্ড গাৰোছৰ ফিলিপ চেট্ৰিয়াৰ ক’ৰ্টত অনুষ্ঠিত হোৱা ফাইনেলত ২১ বছৰীয়া কোকো গ’ফে বেলাৰুছৰ আৰিনা ছাবালেংকাক ৬-৭ (৫), ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে । কোকো গ’ফ প্ৰথমবাৰৰ বাবে ফ্ৰেন্স […]
দহ বছৰত ভাৰতত চৰম দৰিদ্ৰতাৰ পৰা মুক্তি পালে ১৭ কোটিৰো অধিক লোকে

ভাৰতত চৰম দৰিদ্ৰতাৰ পৰা মুক্তি পালে ১৭ কোটিৰো অধিক লোকে ভাৰতৰ চৰম দৰিদ্ৰতাৰ হাৰ ২০১১-১২ চনত ২৭.১ শতাংশৰ পৰা এটা দশকত ৫.৩ শতাংশলৈ তীব্ৰভাৱে হ্ৰাস পাইছে বুলি বিশ্ব বেংকে মন্তব্য কৰিছে । বিশ্বব্যাপী প্ৰতিষ্ঠানটোৱে দৰিদ্ৰ সীমাৰেখাও বৃদ্ধি কৰি প্ৰতিদিনে ৩ মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিছে । ২০১১-১২ চনৰ পৰা ২০২২-২৩ বৰ্ষৰ ভিতৰত ভাৰতে ১৭ কোটি ১০ […]
সলনি হ’ল ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ নাম; এই দুজন কিংবদন্তিৰ নামেৰে ৰখা হ’ব ট্ৰফীৰ নাম

সলনি হ’ল ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ নাম ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট ছিৰিজক পাটাউডি ট্ৰফী বুলি জনা গৈছিল । কিন্তু এতিয়া পটাউডি ট্ৰফীৰ নাম সলনি কৰা হৈছে । অৰ্থাৎ এইবাৰ ভাৰত আৰু ইংলেণ্ডৰ শৃংখলাটো আৰু পাটাউডি ট্ৰফী হিচাপে নহয়, শচীন টেণ্ডুলকাৰ আৰু জেমছ এণ্ডাৰছন ট্ৰফী হিচাপেহে খেলা হ’ব । ২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া […]
নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাঃ মেঘালয়ৰ মুখ্যমন্ত্ৰীক উচিত তদন্তৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰীক উচিত তদন্তৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ শ্বিলঙলৈ ফুৰিবলৈ গৈ অকাল মৃত্যুক সাৱতি লোৱা নম্ৰতা বৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৪ জুনত সংঘটিত হোৱা এক দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হোৱা নুমলীগড়ৰ মেধাৱী যুৱতীগৰাকীৰ পৰিয়ালে এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে । আন চাৰিজন বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা নম্ৰতা মেঘালয়ৰ ৰিভয় জিলাত হোৱা […]
১০ জুনত মহাকাশলৈ ঐতিহাসিক উৰণ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ…

১০ জুনত ঐতিহাসিক উৰণ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ ভাৰতৰ মহাকাশ ইতিহাসত এটা নতুন অধ্যায় সংযোজন হ’বলৈ গৈ আছে । ৪১ বছৰৰ মূৰত ১০ জুনত এক্সিয়াম স্পেচৰ এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা আৰম্ভ কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । এই অভিযান আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু ব্যক্তিগত কোম্পানী স্পেচএক্সৰ সৈতে অংশীদাৰিত্বৰে […]
জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যাব নৰেন্দ্ৰ মোদী ; প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে জনালে আমন্ত্ৰণ

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোনযোগে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে এই আমন্ত্ৰণৰ বাবে সামাজিক মাধ্যম যোগে মাৰ্ক কাৰ্নীক ধন্যবাদ জ্ঞাপন কৰিছে । শীৰ্ষ সন্মিলনত তেওঁৰ সাক্ষাত পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে । উল্লেখ্য যে, এইবাৰ জি-৭ শীৰ্ষ সন্মিলন ২০২৫ […]