ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা; কোনে কোনে পালে দায়িত্ব ?

ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সাজু হৈ উঠিছে অসম বিজেপি । জিলা কমিটিৰ লগতে ৰাজ্যিক কমিটিত সাল-সলনিৰে এতিয়া নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে । বৃহস্পতিবাৰে ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা । দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অনুমোদন মৰ্মে ঘোষমা কৰা হৈছে অসম প্ৰদেশ বিজেপিৰ নতুন […]
ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ; একেলগে ৪০ হাজাৰক দিয়া হ’ব নিযুক্তি

ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ । নিযুক্তিক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০অক্টোবৰত একেলগে ৪০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ । আজি গুৱাহাটীত অনুষ্ঠিত হোৱা এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত […]
টেল আভিভত ইৰাণৰ ধ্বংসলীলা; জেৰুজালেমলৈকে শুনা গ’ল বিস্ফোৰণৰ শব্দ

টেল আভিভত ইৰাণৰ ধ্বংসলীলা এসপ্তাহৰ পাছতো শাম কটা নাই ইজৰাইল-ইৰাণৰ উত্তজনাময় পৰিস্থিতিৰ । বৃহস্পতিবাৰে পুৱাই ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ইজৰাইলৰ ৰাজধানী টেল আভিভত ধ্বংসলীলাৰ সৃষ্টি কৰে । ইৰাণৰ দ্বাৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ দক্ষিণ অংশৰ মূল চিকিৎসালয় ছ’ৰোকা মেডিকেল চেণ্টাৰক পোনপটীয়াকৈ লক্ষ্য কৰি লয় । এই আক্ৰমণত চিকিৎসালয়খনৰ বহু অংশৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু […]
এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষই বিচাৰিলে ক্ষমা; ক’লে দুৰ্ঘটনাৰ কাৰণ !

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষই বিচাৰিলে ক্ষমা টাটা চনছ আৰু এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে আহমেদাবাদ বিমান দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলৰ ওচৰত ক্ষমা বিচাৰিছে । এই শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰায় ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল । এটা নিউজ চেনেলক দিয়া এক সাক্ষাৎকাৰত এন চন্দ্ৰশেখৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতিটো দিশৰ বিষয়ে কয় । তেওঁ কয় যে যিসকলে পৰিয়ালৰ সদস্যক […]
ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ; ষ্টাৰশ্বিপ পৰীক্ষণৰ সময়তে ঘটিল অঘটন

ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ বিশ্ববিখ্যাত উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্স কোম্পানীয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । বৃহস্পতিবাৰে টেক্সাছৰ ষ্টাৰবেছ পৰীক্ষণ স্থানত স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ বিস্ফোৰণ ঘটে । ষ্টাৰশ্বিপ ৩৬ নামৰ এই ছুপাৰ ৰকেটটো ষ্টেটিক ফায়াৰ টেষ্টৰ সময়তে বিস্ফোৰিত হয়, যাৰ ফলত বিশাল জুই আৰু ক’লা ধোঁৱাৰ ডাৱৰ সৃষ্টি হয় । নিশা ১১ মান […]
লেহ অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি

লেহ অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ আহমেদাবাদত সংঘটিত দুৰ্ঘটনাৰ পিছত দেশত সঘনাই জৰুৰীকালীন বিমান অৱতৰণৰ ঘটনা দেখা গৈছে । বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা লেহ অভিমুখী ইণ্ডিগোৰ ৬ই ২০০৬ বিমানখন কাৰিকৰী কাৰণত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । অৱশ্যে বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত আচে বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি ইণ্ডিগো বিমানখনত ক্ৰু মেম্বাৰকে ধৰি প্ৰায় […]
২১ জুনত কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ? জানক ইয়াৰ গুৰুত্ব আৰু ২০২৫ চনৰ বিষয়বস্তু

কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ? বৰ্তমানৰ ব্যস্ত তথা আধুনিক পৃথিৱীত ক্ৰমে বৃদ্ধি পাইছে যোগৰ গুৰুত্ব । আধুনিক জীৱনশৈলীৰে পৰিৱেষ্টিত সদাব্যস্ত পৃথিৱীত শাৰিৰীক লগতে মানসিক স্বাস্থ্যৰ উৎকৰ্ষৰ বাবে প্ৰায় সকলো লোকেই লোকেই যোগক আদৰি লৈছে । যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই মানসিক, আধ্যাত্মিক আৰু আৱেগিক ভাৰসাম্যও ৰক্ষা কৰে । যোগৰ উৎপত্তি ভাৰতত […]
শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ; লিডছত পুনৰ দলত যোগ দিলে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে

শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দলে সকাহ লাভ কৰিছে । কিয়নো মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে পুনৰবাৰ দলত যোগদান কৰিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত ২০ জুনৰ পৰা লিডছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচ আৰু তাৰ মাত্ৰ দুদিন পূৰ্বে গম্ভীৰ দলত যোগদান কৰিছে । দলটোৰ সৈতে গম্ভীৰ ইংলেণ্ডত উপস্থিত হৈছিল […]
প্ৰথমে নিজৰ দেশ চম্ভালক… ভ্লাদিমিৰ পুটিনৰ মধ্যস্থতাৰ প্ৰস্তাৱক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ

ভ্লাদিমিৰ পুটিনৰ মধ্যস্থতাৰ প্ৰস্তাৱক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক সমগ্ৰ বিশ্বৰ বাবে এক বৃহৎ সংকট হিচাপে দেখা গৈছে । আন বহু দেশে এতিয়া এই উত্তেজনাৰ অন্ত পেলাবলৈ কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে । বুধবাৰে তেওঁ কয় যে […]
আই আই টি দিল্লীৰ কৃতিত্ব; বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত দেশৰ ৫০ খন বিশ্ববিদ্যালয়;

আই আই টি দিল্লীৰ কৃতিত্ব এইবাৰৰ QS World University Rankings ২০২৬ ত ভাৰতীয় বিশ্ববিদ্যালয়সমূহে উন্নত প্ৰদৰ্শন আগবঢ়াইছে । প্ৰায় ৫০% ভাৰতীয় প্ৰতিষ্ঠানৰ ৰেংকিং উন্নত হৈছে, যিটো দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ বাবে এক ডাঙৰ কৃতিত্ব হিচাপে বিবেচিত হৈছে । আই আই টি দিল্লীয়ে এই বছৰত সৰ্বাধিক অগ্ৰগতি লাভ কৰিছে । এই প্ৰতিষ্ঠানখনে এতিয়া বিশ্ব ৰেংকিঙত ১২৩ […]