-ADREৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
-জুন মাহত হব ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা
-তৃতীয় বৰ্গৰ স্কীল টেষ্টো অনুষ্ঠিত হব জুন মাহত
-এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই হব নিযুক্তি
-১০ অক্টোবৰ ৰাজ্যজুৰি হব সৰ্ববৃহৎ নিযুক্তি
-ইফালে মে’ মাহত ঘোষণা গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল
-গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে ভাল খবৰ
-মে’ মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু
-৯০৭৫টা গ্ৰেজুটেৱ শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই
-ইয়াৰ পিছত হ’ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া
-১০ অক্টোবৰত হ’ব নিযুক্তি
-৫৫০০ শিক্ষকৰ নিযুক্তিও হ’ব ১০ অক্টোবৰত
-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা