শক্তিপীঠ মা কামাখ্যাত বলিউডৰ অভিনেত্ৰী তমান্না ভাটিয়া৷ পিতৃ-মাতৃৰ সৈতে কামাখ্যাত পূজা-অৰ্চনা অভিনেত্ৰী গৰাকীৰ । বৃহস্পতিবাৰে EDৰ জেৰাৰ বাবে গুৱাহাটীলৈ আহিছিল তমান্না৷ নিশাটো গুৱাহাটীতে কটাই আজি পুৱাই কামাখ্যা দৰ্শন কৰে অভিনেত্ৰী গৰাকীয়ে।আৰক্ষীৰ নিৰাপত্তাৰ মাজতে মা কামাখ্যাক দৰ্শন তমান্নাৰ।