নিৰ্বাচনী ফলাফল ২০২৬ : কোন জিকিল কোন হাৰিল ?

নিৰ্বাচনী ফলাফল ২০২৬ : কোন জিকিল কোন হাৰিল ?

নিৰ্বাচনী ফলাফল ২০২৬ঃ অসমত বিজেপি নেতৃত্বাধীন এন ডি এয়ে এক ঐতিহাসিক বিজয় সাৱ্যস্ত কৰিছে নিৰ্বাচনী ফলাফল ২০২৬ঃ অসমত বিজেপি নেতৃত্বাধীন এন ডি এয়ে এক ঐতিহাসিক বিজয় সাৱ্যস্ত কৰি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক ধৰাশায়ী কৰিবলৈ সক্ষম হয় । বিজেপিৰ বেছিভাগ শীৰ্ষ নেতাই নিজ নিজ সমষ্টিৰ পৰা জয়লাভ

নিৰ্বাচনী ফলাফল ২০২৬ঃ অসমত বিজেপি নেতৃত্বাধীন এন ডি এয়ে এক ঐতিহাসিক বিজয় সাৱ্যস্ত কৰিছে

নিৰ্বাচনী ফলাফল ২০২৬ঃ অসমত বিজেপি নেতৃত্বাধীন এন ডি এয়ে এক ঐতিহাসিক বিজয় সাৱ্যস্ত কৰি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক ধৰাশায়ী কৰিবলৈ সক্ষম হয় ।

বিজেপিৰ বেছিভাগ শীৰ্ষ নেতাই নিজ নিজ সমষ্টিৰ পৰা জয়লাভ কৰাৰ বিপৰীতে বিৰোধী দলৰ কেইবাজনো হেভিৱেইট নেতা পৰাজিত হয় । ইয়াৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, এ জে পি সভাপতি লুৰীণজ্যোতি গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন এপাচিচি সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আৰু ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰা শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ।

কোন কোন জিকিল-

প্ৰাৰ্থীৰ নামদলসমষ্টি
হিমন্ত বিশ্ব শৰ্মাবিজেপিজালুকবাৰী
প্ৰদ্যুৎ বৰদলৈবিজেপিদিছপুৰ
বিজয় গুপ্তাবিজেপিগুৱাহাটী কেন্দ্ৰীয়
দিপ্লু ৰঞ্জন শৰ্মাবিজেপিনিউ গুৱাহাটী
তপন দাসঅগপডিমৰীয়া
পীয়ুষ হাজৰিকাবিজেপিজাগীৰোড
জয়ন্ত মল্ল বৰুৱাবিজেপিনলবাৰী
ড° ৰণোজ পেগুবিজেপিধেমাজী
ভুবন পেগুবিজেপিজোনাই
মানব ডেকাবিজেপিলখিমপুৰ
ভূপেন বৰাবিজেপিবিহপুৰীয়া
ৰঞ্জিত কুমাৰ দাসবিজেপিভৱানীপুৰ-সৰভোগ
ৰমাকান্ত দেউৰীবিজেপিমৰিগাঁও
হিতেন্দ্ৰ নাথ গোস্বামীবিজেপিযোৰহাট
ৰূপজ্যোতি কুৰ্মীবিজেপিমৰিয়নী
ধৰ্মেশ্বৰ কোঁৱৰবিজেপিসোণাৰী
ৰাজু মেচবিজেপিবকো-ছয়গাঁও
অতুল বৰাঅগপবোকাখাত
কেশৱ মহন্তঅগপকলিয়াবৰ
অজন্তা নেওগবিজেপিগোলাঘাট
প্ৰশান্ত ফুকনবিজেপিডিব্ৰুগড়
মৃদুল কুমাৰ দত্তবিজেপিদেৰগাঁও
ঋষিবাজ হাজৰিকাবিজেপিৰঙানদী
পল্লৱ লোচন দাসবিজেপিবিশ্বনাথ
চক্ৰধৰ গগৈবিজেপিখোৱাং
সুশান্ত বৰগোঁহাইবিজেপিডেমৌ
পদ্ম হাজৰিকাবিজেপিনাদুৱাৰ
বিনোদ হাজৰিকাবিজেপিলাহোৱাল-চাবুৱা
অৰূপ কুমাৰ দেবিজেপিবিজনী
ময়ূৰ বৰগোঁহাইবিজেপিনাজিৰা
তৰংগ গগৈবিজেপিনাহৰকটীয়া
শিলাদিত্য দেববিজেপিহোজাই
ৰেকিবুদ্দিন আহমেদকংগ্ৰেছচমাৰীয়া
তঞ্জিল হুছেইনকংগ্ৰেছচামগুৰি
শ্বেৰমান আলী আহমেদটিএমচিমন্দিয়া
আব্দুৰ ৰহিম আহমেদকংগ্ৰেছচেঙা

পৰাস্ত হোৱা হেভীৱেইট প্ৰাৰ্থী-

প্ৰাৰ্থীৰ নামদলসমষ্টি
গৌৰৱ গগৈকংগ্ৰেছযোৰহাট
দেৱব্ৰত শইকীয়াকংগ্ৰেছনাজিৰা
লুৰীণজ্যোতি গগৈএ জে পিখোৱাং
জ্ঞানশ্ৰী বৰাৰাইজৰ দলমৰিয়নী
মীৰা বৰঠাকুৰকংগ্ৰেছদিছপুৰ
কুংকী চৌধুৰীএ জে পিগুৱাহাটী কেন্দ্ৰীয়
দিগন্ত বৰ্মনকংগ্ৰেছবৰক্ষেত্ৰী

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা, ধূলিস্যাৎ বিৰোধী