কোন সমষ্টিত কোন প্ৰাৰ্থীৰ অগ্ৰগতি; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কোন সমষ্টিত কোন প্ৰাৰ্থীৰ অগ্ৰগতি; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰ্ৰাৰ্থীৰ ভাগ্য

আজি ভাগ্য নিৰ্ণয় হ’ব অসমৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত বিজেপিৰ কোন প্ৰাৰ্থীৰ অগ্ৰগতি ৮ বজাৰ লগে লগে আৰম্ভ হ’ল ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্ৰাৰম্ভিক পৰ্যায়ত ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, জাগীৰোডত পীয়ুষ হাজৰিকা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, গোলাঘাটত অজন্তা নেওগ, লখিমপুৰত

আজি ভাগ্য নিৰ্ণয় হ’ব অসমৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত বিজেপিৰ কোন প্ৰাৰ্থীৰ অগ্ৰগতি

৮ বজাৰ লগে লগে আৰম্ভ হ’ল ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্ৰাৰম্ভিক পৰ্যায়ত ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, জাগীৰোডত পীয়ুষ হাজৰিকা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, গোলাঘাটত অজন্তা নেওগ, লখিমপুৰত মানৱ ডেকা, খুমটাইত মৃণাল শইকীয়া,  মাজুলীত ভূৱন গাম,বোকাখাটত অতুল বৰা,ছমৰীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ, জালুকবাৰীত ড০ হিমন্ত বিশ্ব শৰ্মা, মঙলদৈ সমষ্টিত নিলীমা দেৱী,  গৌৰীপুৰত কংগ্ৰেছ প্ৰাৰ্থী, শিলচৰত বিজেপি, দিছপুৰত প্ৰদ্যুৎ বৰদলৈ, চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তা নিউ গুৱাহাটীত দিপ্লুৰঞ্জন শৰ্মাই অগ্ৰগতি লাভ কৰিছে।

লগতে পঢ়ক: কটকটীয়া নিৰাপত্তাৰ মাজতে আৰম্ভ হ’ল ভোটগণনা; বেলটত বিজেপিৰ অগ্ৰগতি