জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াক লৈ বিধানসভাত অনা হ’ব প্ৰস্তাৱ

জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াক লৈ বিধানসভাত অনা হ’ব প্ৰস্তাৱ

জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াক লৈ হ’ব প্ৰস্তাৱ -জুবিনক ভাৰতৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ -অসমৰ ১২৬ গৰাকী বিধায়কে কৰিছে সমৰ্থন -ইয়াৰ বাবে বিধানসভাত উত্থাপন হ’ব বিশেষ প্ৰস্তাৱ -সকলোৱে জুবিনক কৰিব আলোচনা -ইয়াৰ জড়িয়তে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ’ব -‘জুবিন শাসক-বিৰোধী সকলোৰে’ -‘কিন্তু সভা স্থগিত প্ৰস্তাৱৰ মাজত

জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াক লৈ হ’ব প্ৰস্তাৱ

-জুবিনক ভাৰতৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ

-অসমৰ ১২৬ গৰাকী বিধায়কে কৰিছে সমৰ্থন

-ইয়াৰ বাবে বিধানসভাত উত্থাপন হ’ব বিশেষ প্ৰস্তাৱ

-সকলোৱে জুবিনক কৰিব আলোচনা

-ইয়াৰ জড়িয়তে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ’ব

-‘জুবিন শাসক-বিৰোধী সকলোৰে’

-‘কিন্তু সভা স্থগিত প্ৰস্তাৱৰ মাজত এনেকৈ উত্থাপন কৰাতো সঠিক নহয়’

-‘জুবিন অসমীয়াৰ সম্পদ’

-জুবিনক ভাৰতৰত্ন দিয়াক লৈ সদনত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

শেহতীয়া প্ৰৱন্ধসমূহ