কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

মেছীৰ ওচৰত ক্ষমা বিচাৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি । -কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে -কলকাতাৰ চল্টলেক ষ্টেডিয়ামলৈ আমন্ত্ৰণ জনাইছিল কিংবদন্তী ফুটবলাৰ মেছীক -মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত

মেছীৰ ওচৰত ক্ষমা বিচাৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ।

-কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

-কলকাতাৰ চল্টলেক ষ্টেডিয়ামলৈ আমন্ত্ৰণ জনাইছিল কিংবদন্তী ফুটবলাৰ মেছীক

-মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি

-মাত্ৰ ১০ মিনিটতে মেছীয়ে ত্যাগ কৰিছিল ষ্টেডিয়াম

-ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে মেছীক চাবলৈ অহা দৰ্শক

-মেছীয়ে ষ্টেডিয়াম ত্যাগ কৰাৰ পিছতেই দৰ্শকে লণ্ড-ভণ্ড কৰে ষ্টেডিয়াম

-হাজাৰ হাজাৰ টকা খৰচ কৰি দৰ্শকে চাবলৈ আহিছিল মেছীক

-মেছীক আমন্ত্ৰণ কৰি এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বাবে ক্ষমা বিচাৰিছে মমতা বেনাৰ্জীয়ে

-এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে তদন্ত কমিটি

-অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসীম কুমাৰ ৰয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবক লৈ গঠন কৰা হৈছে এই কমিটি

লগতে পঢ়ক : ৰণক্ষেত্ৰলৈ পৰিণত হ’ল খেলপথাৰ, ফুটবল সম্ৰাটক চাবলৈ নাপায় অনুৰাগীৰ তাণ্ডৱ