কি হ’ব তিনি গগৈৰ ভাগ্য?

কি হ’ব তিনি গগৈৰ ভাগ্য?

৮ বজাত ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সকলোৰে চকু নিবদ্ধ হৈ পৰিছে তিনি গগৈৰ ফলাফলক লৈ। তিনি গগৈৰ ফলাফল কি হ’ব তাক লৈ চিন্তিত হৈ পৰিছে। ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট।সকলোকে দৃষ্টি নিবদ্ধ হৈ আছে তিনি গগৈৰ ফলাফলৰ ওপৰত। ৮ বজাৰ

৮ বজাত ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সকলোৰে চকু নিবদ্ধ হৈ পৰিছে তিনি গগৈৰ ফলাফলক লৈ। তিনি গগৈৰ ফলাফল কি হ’ব তাক লৈ চিন্তিত হৈ পৰিছে।

ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট।সকলোকে দৃষ্টি নিবদ্ধ হৈ আছে তিনি গগৈৰ ফলাফলৰ ওপৰত। ৮ বজাৰ বেলট পেপাৰৰ ভোটগণনাত প্ৰথমে শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে অগ্ৰগতি লাভ কৰিচিল যদিও পৰৱৰ্তী সময়ত হঠা পিছ পৰিছে অখিল গগৈ।

বৰ্তমান কুশল দুৱৰীয়ে অগ্ৰগতি লাভ কৰি। আনহাতে যোৰহাটত গৌৰৱ গগৈক পিছ পেলাই বৰ্তমান ১০৫৬টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। একেদৰে খোৱাঙটো পিছ পৰি আছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈক পিছ পেলাই বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ অগ্ৰগতি।

লগতে পঢ়ক: কোন সমষ্টিত কোন প্ৰাৰ্থীৰ অগ্ৰগতি; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য