আল্লাহেই শেষ ভৰষা; মনোনয়নৰ পূৰ্বে আল্লাহৰ ওচৰত দোৱা গৌৰৱ গগৈৰ

আল্লাহেই শেষ ভৰষা; মনোনয়নৰ পূৰ্বে মছজিদত দোৱা গৌৰৱ গগৈৰ

বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাটৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে গৌৰৱ গগৈয়ে। আজি মনোনয়ন দাখিলৰ অন্তিম দিনটোত তৰাজানৰ এটা মছজিদত দোৱা কৰিলে গৈৰৱ গগৈয়ে। আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। অন্তিম দিনটোত শাসক-বিৰোধীৰ বহু হেভীৱেট প্ৰাৰ্থীয়ে দাখিল কৰিছে নিজৰ নিজৰ মনোনয়ন। যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী

বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাটৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে গৌৰৱ গগৈয়ে। আজি মনোনয়ন দাখিলৰ অন্তিম দিনটোত তৰাজানৰ এটা মছজিদত দোৱা কৰিলে গৈৰৱ গগৈয়ে।

আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। অন্তিম দিনটোত শাসক-বিৰোধীৰ বহু হেভীৱেট প্ৰাৰ্থীয়ে দাখিল কৰিছে নিজৰ নিজৰ মনোনয়ন। যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী গৌৰৱ গগৈয়েও আজি মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ পূৰ্বে মছজিদত গৌৰৱ গগৈৱে আল্লাহৰ ওচৰত কৰিলে দোৱা। যোৰহাটৰ তৰাজানৰ এটা মছজিদত দলৰ আন আন সদস্যৰ সৈতে উপস্থিত হয় গৌৰৱ গগৈ। মছজিদত দোৱা কৰি মনোনয়ন দাখিল কৰিলে গৌৰৱ গগৈয়ে।  

লগতে পঢ়ক: ৰাইজৰ দল ত্যাগ টিকট বঞ্চিত শ্বেৰমান আলীৰ, তৃণমূলৰ পৰা খেলিব নিৰ্বাচন

শেহতীয়া প্ৰৱন্ধসমূহ