‘প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..’; বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গক সুঁৱৰি গৰিমা শইকীয়ে গাৰ্গৰ আৱেগিক পোষ্ট

‘প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..’; বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

আজি জুবিন গাৰ্গ বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী। ২৪ সংখ্যক বিবাহ বাৰ্ষিকীত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। আজি হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। জুবিন গাৰ্গ বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গক সুৱঁৰি গৰিমা শইকীয়া গাৰ্গে দিলে এক আৱেগিক পোষ্ট। সামাজিক

আজি জুবিন গাৰ্গ বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী। ২৪ সংখ্যক বিবাহ বাৰ্ষিকীত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট।

আজি হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। জুবিন গাৰ্গ বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গক সুৱঁৰি গৰিমা শইকীয়া গাৰ্গে দিলে এক আৱেগিক পোষ্ট। সামাজিক মাধ্যমত দুয়োৰে বিবাহ আৰু কেইবাখনো পুৰণি ফটো শ্বেয়াৰ কৰিছে গৰিমা শইকীয়া গাৰ্গে।

পোষ্টটোত তেওঁ লিখিছে, Happy 24th Anniversary Goldie !!

প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..

তোমাৰ মৰমেৰে , আশীৰ্বাদেৰে সদায় আবৰি ৰাখিবা মোক.. মোৰ ঈশ্বৰপুত্ৰ।।

২৪ বছৰৰপূৰ্বে ২০০২ চনৰ আজিৰ দিনটোতেই বিবাহ পাশত অৱদ্ধ হৈছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে।কিন্তু জীৱনৰ আদবাটতে পত্নীক এৰি কোনোদিন ঘূৰি নহাৰ বাটেৰে গুচি গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ বিহীন এই বিবাহ বাৰ্ষিকীত আৱোগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ।  

লগতে পঢ়ক: অপেক্ষাৰ অন্ত! ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ ২’ৰ টিজাৰে জোকাৰিছে ছ’চিয়েল মিডিয়া

শেহতীয়া প্ৰৱন্ধসমূহ