দিল্লী বিধানসভা নিৰ্বাচনত ডাঙৰ অঘটন ;  পৰাস্ত হ’ল অৰবিন্দ কেজৰিৱাল , দিল্লীত চাফা হ’ল আপ

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ আহিছে এক ডাঙৰ খবৰ। দিল্লীত মুখ থেকেচা খালে অৰবিন্দ কেজৰিৱালে।নতুন দিল্লী সমষ্টিৰ পৰা পৰাস্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। ১৮৪৬ টা ভোটত বিজেপিৰ প্ৰৱেশ সিং বৰ্মাই মাৰিলে শেষ হাঁহি। ২৭ বছৰৰ পিছত দিল্লীত বিজেপি চৰকাৰে গঠন কৰিব চৰকাৰে। সঁচা হ’ল EXIT

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ আহিছে এক ডাঙৰ খবৰ। দিল্লীত মুখ থেকেচা খালে অৰবিন্দ কেজৰিৱালে।নতুন দিল্লী সমষ্টিৰ পৰা পৰাস্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।

১৮৪৬ টা ভোটত বিজেপিৰ প্ৰৱেশ সিং বৰ্মাই মাৰিলে শেষ হাঁহি। ২৭ বছৰৰ পিছত দিল্লীত বিজেপি চৰকাৰে গঠন কৰিব চৰকাৰে।

সঁচা হ’ল EXIT POLL । কেজৰিৱালৰ পৰাজয়ৰ পিছতেই বিজেপিৰ সমৰ্থক সকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে।