১ ডিচেম্বৰত ৰাছিয়াই বিদ্ৰোহীৰ অধীনস্থ আলেপ্পো, হামা, ছিৰিয়াৰ ইদলিবত বিমান আক্ৰমণ চলায়। ইংলেণ্ডত অৱস্থিত ছিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছ(SOHR)য়ে দাবী কৰিছে যে বিগত পাঁচ দিনত প্ৰায় ৫০০লোকৰ মৃত্যু হৈছে। আলেপ্পোৰ এখন চিকিৎসালয়ত আক্ৰমণৰ ফলত ১২জন লোকৰ মৃত্যু হয়। ইদলিবত নিহত হৈছে ৮জন লোক। আনহাতে আহত ৫০জনতকৈ অধিক। ৰাছিয়াৰ যুদ্ধ বিমানৰ আক্ৰমণত ইডলিব আৰু হামাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
ৰাছিয়াৰ বিমানৰ আক্ৰমণৰ ফলত ইডলিব আৰু হামাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট বিধ্বংসী ক্ষতি হয়।হায়াত তাহৰিৰ আল শ্বাম(এইচ টি এছ)বিদ্ৰোহীয়ে এই স্থানসমূহ দখল কৰিছে। তেওঁলোকক আঁতৰাবলৈ ৰাছিয়াই ছিৰিয়া চৰকাৰৰ সহযোগত বিমান আক্ৰমণ চলাই আছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আলেপ্পোৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে ছিৰিয়া চৰকাৰে।
ছিৰিয়া হৈ পৰিল নতুন যুদ্ধক্ষেত্ৰ, ৫ দিনত ৫০০ লোকৰ মৃত্যু !
১ ডিচেম্বৰত ৰাছিয়াই বিদ্ৰোহীৰ অধীনস্থ আলেপ্পো, হামা, ছিৰিয়াৰ ইদলিবত বিমান আক্ৰমণ চলায়। ইংলেণ্ডত অৱস্থিত ছিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছ(SOHR)য়ে দাবী কৰিছে যে বিগত পাঁচ দিনত প্ৰায় ৫০০লোকৰ মৃত্যু হৈছে। আলেপ্পোৰ এখন চিকিৎসালয়ত আক্ৰমণৰ ফলত ১২জন লোকৰ মৃত্যু হয়। ইদলিবত নিহত হৈছে ৮জন লোক। আনহাতে আহত
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





