স্বগৃহত উপস্থিত বিশ্বকাপ চেম্পিয়ন উমা ছেত্ৰী...

স্বগৃহত উপস্থিত বিশ্বকাপ চেম্পিয়ন উমা ছেত্ৰী…

স্বগৃহত উপস্থিত বিশ্বকাপ চেম্পিয়ন উমা ছেত্ৰী বিশ্বকাপৰ ট্ৰফী জয় কৰি আজি বোকাখাতৰ স্বগৃহ পালেহি অসমকন্যা উমা ছেত্ৰী।বিশ্বচেম্পিয়ন গৰাকী উপস্থিত হোৱাৰ পিছতে অঞ্চলজুৰি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। বিশ্ব বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য উমাক আদৰণি জনাই গাঁওবাসীয়ে।বিশ্ববাসীৰ সন্মুখত চিনাকী নাম হৈ পৰা উমাক লৈ

স্বগৃহত উপস্থিত বিশ্বকাপ চেম্পিয়ন উমা ছেত্ৰী

বিশ্বকাপৰ ট্ৰফী জয় কৰি আজি বোকাখাতৰ স্বগৃহ পালেহি অসমকন্যা উমা ছেত্ৰী।বিশ্বচেম্পিয়ন গৰাকী উপস্থিত হোৱাৰ পিছতে অঞ্চলজুৰি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

বিশ্ব বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য উমাক আদৰণি জনাই গাঁওবাসীয়ে।বিশ্ববাসীৰ সন্মুখত চিনাকী নাম হৈ পৰা উমাক লৈ এতিয়া গৌৰৱান্বিত মাতৃ।

কন্যাৰ সফলতাক লৈ সুখী মাতৃয়ে মুখত মিচিকিয়া হাঁহি মাৰি ক’লে ‘তাইৰ সফলতাত আজি মাতৃ হিচাপে যথেষ্ট সুখী’।   

লগতে পঢ়ক: ‘আপোনালোক নতুন প্ৰজন্মৰ আদৰ্শ’; ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ

শেহতীয়া প্ৰৱন্ধসমূহ