সলনি হ’ল মমতা চৰকাৰৰ পুৰণি নীতি; বংগত বকৰিদৰ বাবে পাব এদিন ছুটী

সলনি হ’ল মমতা চৰকাৰৰ পুৰণি নীতি; বকৰিদৰ বাবে শুভেন্দু চৰকাৰৰ ডাঙৰ নিৰ্দেশনা

পশ্চিম বংগত বিজেপি চৰকাৰ শাসনলৈ অহাৰ লগে লগে মমতা চৰকাৰৰ বহু নিয়ম-কানুন সলনি কৰিছে। বকৰিদৰ বাবে শুভেন্দু চৰকাৰে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। ২৮ মে’ত সমগ্ৰ দেশতে বকৰিদ উদযাপন কৰা হ’ব।তাৰ মাজতে পশ্চিম বংগত মমতা চৰকাৰৰ এটা নিয়ম সলনি কৰিলে শুভেন্দু অধিকাৰী চৰকাৰে। এইবাৰ সুভেন্দুৰ

পশ্চিম বংগত বিজেপি চৰকাৰ শাসনলৈ অহাৰ লগে লগে মমতা চৰকাৰৰ বহু নিয়ম-কানুন সলনি কৰিছে। বকৰিদৰ বাবে শুভেন্দু চৰকাৰে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে।

২৮ মে’ত সমগ্ৰ দেশতে বকৰিদ উদযাপন কৰা হ’ব।তাৰ মাজতে পশ্চিম বংগত মমতা চৰকাৰৰ এটা নিয়ম সলনি কৰিলে শুভেন্দু অধিকাৰী চৰকাৰে। এইবাৰ সুভেন্দুৰ নেতৃত্বত পশ্চিম বংগৰ নতুন চৰকাৰে মুছলমান সম্প্ৰদায়ৰ পবিত্ৰ উৎসৱ ঈদ-উল-আজাহা (বকৰিদ নামেৰেও জনাজাত)ৰ বন্ধৰ দিন কৰ্তন কৰিছে। এতিয়াৰ পৰা এই উৎসৱৰ বাবে মাত্ৰ এদিন হে বন্ধ থাকিব।মমতা চৰকাৰৰ পূৰ্বৰ বাকৰিদত দুদিনীয়া ছুটীৰ ব্যৱস্থাৰ আদেশ বাতিল কৰাৰ নিৰ্দেশ দিছে শুভেন্দু চৰকাৰে।

লগতে পঢ়ক: ‘ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হোৱা সপোনত ৰাইজে বাধা দিছে’; ভূপেন বৰা