‘ছিংগাপুৰে যি কাম কৰিব নোৱাৰিলে অসমে সেই কাম কৰি দেখুৱালে’: মুখ্যমন্ত্ৰী

‘ছিংগাপুৰে যি কাম কৰিব নোৱাৰিলে অসমে সেই কাম কৰি দেখুৱালে’: মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যুক ছিংগাপুৰে স্বাভাৱিক বুলি কোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰৰ তদন্তক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰিছিল। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়

জুবিন গাৰ্গৰ মৃত্যুক ছিংগাপুৰে স্বাভাৱিক বুলি কোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰৰ তদন্তক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰিছিল।

সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,  ‘ছিংগাপুৰে যি কাম কৰিব নোৱাৰিলে অসমে সেই কাম কৰি দেখুৱালে।ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছো। আমি ৭ অভিযুক্তক জে’লত ৰাখিছো। যাৰ বাবে সকলোৱে আমাক ধন্যবাদ দিব লাগে। ‘

লগতে পঢ়ক: দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান; আহি গ’ল মুখ্যমন্ত্ৰীৰ হেল্পলাইন নাম্বাৰ

শেহতীয়া প্ৰৱন্ধসমূহ