দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু; ৰাজ নিদিমোৰুৰ সৈতে গোপনে পাতিলে বিয়া!

দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু; ৰাজ নিদিমোৰুৰ সৈতে গোপন বিবাহ!

দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু দক্ষিণৰ অভিনেত্ৰী সামন্থা প্ৰভুৱে নিজৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে। প্ৰথমে অভিনেত্ৰী গৰাকীয়ে নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰ লগত বিয়া হৈছিল যদিও দুয়োৰে বিবাহ বিচ্ছেদ হয়।নগা চৈতন্যই জীৱনত আগবাঢ়ি গৈ সোভিতা ধূলিপালাক বিয়া কৰোৱাৰ সময়তে সামন্থাৰ

দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু

দক্ষিণৰ অভিনেত্ৰী সামন্থা প্ৰভুৱে নিজৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে।

প্ৰথমে অভিনেত্ৰী গৰাকীয়ে নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰ লগত বিয়া হৈছিল যদিও দুয়োৰে বিবাহ বিচ্ছেদ হয়।নগা চৈতন্যই জীৱনত আগবাঢ়ি গৈ সোভিতা ধূলিপালাক বিয়া কৰোৱাৰ সময়তে সামন্থাৰ জীৱনত প্ৰেমেও দ্বিতীয়বাৰৰ বাবে টোকৰ মাৰিলে।

বহুদিন ধৰি দ্য ফেমিলি মেনৰ পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে সামান্থাৰ প্ৰেমৰ কথা চৰ্চা চলি আহিছে।এতিয়া তেওঁলোকৰ বিবাহ সন্দৰ্ভত এক খবৰ ওলাইছে।

জানিব পৰা মতে ৰাজ নিদিমোৰু আৰু সামান্থাই আজি গোপনে বিবাহ পাশত আৱদ্ধ হয়। অৰ্থাৎ ১ ডিচেম্বৰত দুয়োজনে গোপনে বিবাহপাশত আবদ্ধ হয় য’ত,তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু সকল হে উপস্থিত আছিল।

সোমবাৰে লিংগ ভৈৰৱ মন্দিৰত অনুষ্ঠিত হ’ব সামন্ত আৰু ৰাজৰ বিয়া। বিয়াত প্ৰায় ৩০ জন অতিথি উপস্থিত থকাৰ সম্ভাৱনা আছে।জানিব পৰা মতে সামান্থাই এখন ৰঙা শাৰী পৰিধান কৰিব।

লগতে পঢ়ক: বিতৰ্কৰ মাজত ৰণবীৰ সিং; ‘কান্তৰা’ত দেখুওৱা ‘দেৱী’ক ‘ভূত’ আখ্যা