‘ৰাহুল গান্ধী ষ্টাৰ কেম্পেনাই,তেওঁ গ’লেই বিজেপি জিকি যায়’; মুখ্যমন্ত্ৰী

‘ৰাহুল গান্ধী ষ্টাৰ কেম্পেইনাৰ,তেওঁ গ’লেই বিজেপি জিকি যায়’; মুখ্যমন্ত্ৰী

‘ৰাহুল গান্ধী ষ্টাৰ কেম্পেইনাৰ,তেওঁ গ’লেই বিজেপি জিকি যায়’ বিহাৰ বিধান সভা নিৰ্বাচন ২০২৫ৰ ভোটগণনা চলি আছে আৰু এতিয়ালৈকে বিহাৰত NDA ৰ ধুমুহা দেখিবলৈ পোৱা গৈছে। বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে

‘ৰাহুল গান্ধী ষ্টাৰ কেম্পেইনাৰ,তেওঁ গ’লেই বিজেপি জিকি যায়’

বিহাৰ বিধান সভা নিৰ্বাচন ২০২৫ৰ ভোটগণনা চলি আছে আৰু এতিয়ালৈকে বিহাৰত NDA ৰ ধুমুহা দেখিবলৈ পোৱা গৈছে। বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ৰাহুল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ’।

‘তেওঁ য’তেই যায় তাতেই বিজেপি জয় হোৱাটো পাক্কা হৈ যায়। তেওঁ যদি অসমলৈও আহে তেন্তে অসমটো আমি ১০০ শতাংশই জয়ী হ’ম। অসমৰ প্ৰত্যেক ঘৰ মানুহে বিজেপিক ভোট দিব’।

লগতে পঢ়ক: প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ; আগবাঢ়িছে  ১২২খনতকৈ অধিক আসনত

শেহতীয়া প্ৰৱন্ধসমূহ