প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ; আগবাঢ়িছে ১২২খনতকৈ অধিক আসনত

প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ; আগবাঢ়িছে  ১২২খনতকৈ অধিক আসনত

প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ইয়াৰ মাজতে NDA এৰ বাবে ভাল খবৰ আহিছে। প্ৰাৰম্ভিত পৰ্যায়তেই মেজিক নম্বৰ পাৰ কৰিলে এন ডি এ। বৰ্তমান ১২২খনতকৈ অধিক আসনত আগবাঢ়ি আছে নিতিশ কুমাৰ। এনডিএ ১৬৯খন,

প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ইয়াৰ মাজতে NDA এৰ বাবে ভাল খবৰ আহিছে।

প্ৰাৰম্ভিত পৰ্যায়তেই মেজিক নম্বৰ পাৰ কৰিলে এন ডি এ। বৰ্তমান ১২২খনতকৈ অধিক আসনত আগবাঢ়ি আছে নিতিশ কুমাৰ।

এনডিএ ১৬৯খন, ৬৯খন আসনত BJP, ৭৫খন আসনত JDU, JDUৰ অগ্ৰগতি RJD, ১৭খনত কংগ্ৰেছ আৰু ১৩খনত অন্যান্যই অগ্ৰগতি লাভ কৰিছে।

লগতে পঢ়ক: বিহাৰত কোনে মাৰিব শেষ হাঁহি? ৮ বজাৰ লগে লগেই আৰম্ভ হ’ব ভোটগণনা