ওড়িশা নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকা কংগ্ৰেছৰ; বেংগালুৰুৰ ৰিজ’ৰ্টলৈ স্থানান্তৰিত ১২ গৰাকী বিধায়ক

ওড়িশা নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকা কংগ্ৰেছৰ; বেংগালুৰুৰ ৰিজ’ৰ্টলৈ স্থানান্তৰ ১২ গৰাকী বিধায়ক

ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে। সেইবাবেই কংগ্ৰেছে এটা ডাঙৰ পদক্ষেপ লৈ তেওঁলোকৰ ১২ জন বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে। ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে।সেইবাবেই তেওঁলোকৰ নিজৰ ১২ গৰাকীকৈ বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে।

ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে। সেইবাবেই কংগ্ৰেছে এটা ডাঙৰ পদক্ষেপ লৈ তেওঁলোকৰ ১২ জন বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে।

ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে।সেইবাবেই তেওঁলোকৰ নিজৰ ১২ গৰাকীকৈ বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে। এই আটাইকেইজন বিধায়ক যোৱা নিশা বেংগালুৰুত উপস্থিত হয়।

জানিব পৰা মতে, বেংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ এখন ৰিজৰ্টত তেওঁলোকক ৰখা হৈছে। য’ত কোনো লোকৰে অহা-যোৱা নিষিদ্ধ।এই বিধায়কসকলক ভোটদানৰ দিনা অৰ্থাৎ ১৬ মাৰ্চত ইয়াৰ পৰা পোনপটীয়াকৈ ভুৱনেশ্বৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

এই সন্দৰ্ভত কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ কয় যে, মই কাকো নিমন্ত্ৰণ কৰা নাই।তেওঁলোক আহিছে, এনেদৰে মোক কোৱা হৈছে। তাত থকা পিচিচিৰ সভাপতিজনে মোক ফোন কৰি ক’লে যে মই তেওঁলোকৰ বাবে ব্যৱস্থা কৰিলোঁ।তেওঁলোকে হয়তো বেংগালুৰু আৰু মহীচুৰু ভ্ৰমণ কৰিবলৈ ওলাইছে। চাওক, দলে আমাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালন কৰাটো আমাৰ কৰ্তব্য।মই তেওঁলোকক জনাইছো যে বিধানসভাৰ কাম-কাজ সমাপ্ত হোৱাৰ পিছত তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিম।

লগতে পঢ়ক: ১৭ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা