দীপাৱলী উদযাপনক লৈ কোনেও জাৰি কৰিব নোৱাৰিব ফটোৱা

দীপাৱলী উদযাপনক লৈ কোনেও জাৰি কৰিব নোৱাৰিব ফটোৱা; মুখ্যমন্ত্ৰী

দীপাৱলী উদযাপনক লৈ কোনেও জাৰি কৰিব নোৱাৰিব ফটোৱা দীপাৱলী উদযাপনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, দীপাৱলী উদযাপনক লৈ কোনেও ফটোৱা জাৰি কৰিব নোৱাৰিব। বৰপেটাৰ আতচবাজী আমাৰ থলুৱা উদ্যোগ।সেই থলুৱা ব্যৱসায়ী সকলে দীপাৱলীৰ দিনটোলৈকে অপেক্ষা কৰি থাকে।বহু

দীপাৱলী উদযাপনক লৈ কোনেও জাৰি কৰিব নোৱাৰিব ফটোৱা

দীপাৱলী উদযাপনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, দীপাৱলী উদযাপনক লৈ কোনেও ফটোৱা জাৰি কৰিব নোৱাৰিব।

বৰপেটাৰ আতচবাজী আমাৰ থলুৱা উদ্যোগ।সেই থলুৱা ব্যৱসায়ী সকলে দীপাৱলীৰ দিনটোলৈকে অপেক্ষা কৰি থাকে।বহু সপোন লৈ এই দিনটোলৈ তেওঁলোক ৰৈ থাকে।

জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে দুখীয়াক সহায় কৰিছিল।এতিয়া তেওঁলোকক আমিও সহায় কৰিব লাগিব।

বৰপেটাৰ আতচবাজীৰ শিল্পটোক জীয়াই ৰাখিবৰ বাবে সকলোৱে প্ৰয়াস কৰক।দীপাৱলীত বৰপেটাৰ থলুৱা আতচবাজী ব্যৱহাৰ কৰক।

লগতে পঢ়ক: ৰাজ্যত শীঘ্ৰে হ’ব সৰ্ববৃহৎ উচ্ছেদ; মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দীঘলীয়া তালিকা

শেহতীয়া প্ৰৱন্ধসমূহ