অশ্লীল নৃত্য কৰি বিপদত অভিনেত্ৰী মালাইকা অৰোৰা...

অশ্লীল নৃত্য কৰি বিপদত অভিনেত্ৰী মালাইকা অৰোৰা…

অশ্লীল নৃত্য কৰি বিপদত অভিনেত্ৰী মালাইকা অৰোৰা বলীউডৰ ডিভা মালাইকা অৰোৰা যেতিয়াই নৃত্য কৰে,তেতিয়াই আলোড়নৰ সৃষ্টি কৰে। এতিয়া মলাইকাক অতি সোনকালে ৰেপাৰ-গায়ক য়ো য়ো হানি সিঙৰ গীত ‘চিলগম’ত দেখা যাব।গীতটো আজি মুকলি কৰা হয়। যোৱা শুকুৰবাৰে গীতটোৰ টিজাৰ মুকলি কৰিছিল, যাৰ বাবেই মালাইকা অৰোৰা ট্ৰ’লৰ

অশ্লীল নৃত্য কৰি বিপদত অভিনেত্ৰী মালাইকা অৰোৰা

বলীউডৰ ডিভা মালাইকা অৰোৰা যেতিয়াই নৃত্য কৰে,তেতিয়াই আলোড়নৰ সৃষ্টি কৰে। এতিয়া মলাইকাক অতি সোনকালে ৰেপাৰ-গায়ক য়ো য়ো হানি সিঙৰ গীত ‘চিলগম’ত দেখা যাব।গীতটো আজি মুকলি কৰা হয়।

যোৱা শুকুৰবাৰে গীতটোৰ টিজাৰ মুকলি কৰিছিল, যাৰ বাবেই মালাইকা অৰোৰা ট্ৰ’লৰ লক্ষ্য হৈ পৰিছে। এই মিউজিক ভিডিঅ’টোৰ টিজাৰত অভিনেত্ৰীগৰাকীৰ নৃত্যক অশ্লীল আখ্যা দি নেটিজেনে তীব্ৰ সমালোচনা কৰিছে।

হনী সিঙৰ আগন্তুক চিলগাম গীতত এটা আইটেম গীতত নৃত্য কৰা দেখা গৈছে অভিনেত্ৰী গৰাকী, কিন্তু নেটিজেনসকলে তেওঁৰ নৃত্যৰ ভংগিমাবোৰ বিশেষ ভাল নাপালে।

এই গীতটোৰ কথাক লৈ মানুহে প্ৰশ্ন উত্থাপন কৰি মলাইকাৰ নৃত্যক অশ্লীল আখ্যা দিছে।হনী সিঙৰ চিলগামৰ এই গীতটো তেওঁৰ সংগীত এলবাম ৫১ ডেজ ৰ অংশ।

গীতটিৰ টিজাৰত মলাইকা অৰোৰাৰ ছিজলিং লুকটোৱেও বহু শিৰোনাম দখল কৰিছে। কিন্তু তেওঁৰ কিছুমান নৃত্যৰ ভংগিমা মানুহে আপত্তি কৰি অশ্লীল আখ্যা দিছে।

ছ’চিয়েল মিডিয়াত একাংশ লোকে মলাইকাৰ নৃত্যক লক্ষ্য কৰি কয় যে ৫২ বছৰ বয়সত এই সকলোবোৰ কৰিলে তেওঁক ভাল দেখা নাযায়।

লগতে পঢ়ক: ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব বিজয়-ৰশ্মিকা…!