টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰানত পৰাস্ত ইংলেণ্ড

টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰানত পৰাস্ত ইংলেণ্ড

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৭ ৰানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে।এতিয়া খিতাপৰ মেচত ৮ মাৰ্চত আহমেদাবাদৰ ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই । টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় দলটোৱে।মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৭ ৰানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে।এতিয়া খিতাপৰ মেচত ৮ মাৰ্চত আহমেদাবাদৰ ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই ।

টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় দলটোৱে।মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেলত ৭ ৰানত ইংলেণ্ডক পৰাস্ত কৰে টীম ইণ্ডিয়াই।

ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠিৱ নোৱাৰিলে ইংলেণ্ডবাহিনী। প্ৰথমে বেট ধৰি ভাৰতে ইংলেণ্ডক বান্ধি দিছিল ২৫৪ ৰানৰ বৃহৎ লক্ষ্য।

তাৰ বিপৰিতে ইংলেণ্ডে ২৪৬ ৰানতে থমকিব লগৈ হয়।এতিয়া ৮ মাৰ্চত নিউজীলেণ্ডৰ বিৰুদ্ধে হ’ব মহাযুঁজ। ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিব ফাইনেল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন; ইংলেণ্ডক বান্ধি দিলে ২৫৪ ৰানৰ লক্ষ্য