টি ২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন; ইংলেণ্ডক বান্ধি দিলে ২৫৪ ৰানৰ লক্ষ্য

টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন; ইংলেণ্ডক বান্ধি দিলে ২৫৪ ৰানৰ লক্ষ্য

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে।মেচখনত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছে। আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমি ফাইনেল আজি মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে। মেচখনত ভাৰতে

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে।মেচখনত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমি ফাইনেল আজি মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে। মেচখনত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছে।

ভাৰতে ৭ উইকেটত ২৫৩ ৰান সংগ্ৰহ কৰে,যিটো বিশ্বকাপৰ নকআউট মেচত যিকোনো দলৰ সৰ্বাধিক স্ক’ৰ আছিল। মেচখনত ভাৰতৰ হৈ সঞ্জু ছেমছনে ৮৯ ৰান,ঈষান কিষানে ৩৯ ৰান, শিৱম ডুবেই ৪৩ ৰান,অধিনায়ক সূৰ্য কুমাৰ যাদৱে ১১ ৰান আৰু হাৰ্ডিক পাণ্ডিয়াই ২৭ ৰান সংগ্ৰহ কৰে।  

লগতে পঢ়ক: ছেমি ফাইনেলৰ দ্বিতীয়খন মেচত টছত জয়লাভ ইংলেণ্ডৰ; প্ৰথমে ভাৰতে কৰিব বেটিং