উৰুৱাই দিয়া হ’ল দিল্লী বিস্ফোৰণৰ অভিযুক্ত চিকিৎসক উমৰৰ বাসগৃহ...

উৰুৱাই দিয়া হ’ল দিল্লী বিস্ফোৰণৰ অভিযুক্ত চিকিৎসক উমৰৰ বাসগৃহ…

উৰুৱাই দিয়া হ’ল দিল্লী বিস্ফোৰণৰ অভিযুক্ত চিকিৎসক উমৰৰ বাসগৃহ দিল্লীৰ লালকিল্লাৰ সমীপত বাহনত বোমা বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী ডাঃ উমৰ মহম্মদৰ পুলৱামাৰ বাসগৃহত নিৰাপত্তা সংস্থাই আই ই ডিৰে উৰুৱাই দিয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ অংশ হিচাপে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি নিয়ন্ত্ৰিতভাৱে সমগ্ৰ

উৰুৱাই দিয়া হ’ল দিল্লী বিস্ফোৰণৰ অভিযুক্ত চিকিৎসক উমৰৰ বাসগৃহ

দিল্লীৰ লালকিল্লাৰ সমীপত বাহনত বোমা বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী ডাঃ উমৰ মহম্মদৰ পুলৱামাৰ বাসগৃহত নিৰাপত্তা সংস্থাই আই ই ডিৰে উৰুৱাই দিয়ে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ অংশ হিচাপে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি নিয়ন্ত্ৰিতভাৱে সমগ্ৰ অভিযান চলাইছিল।

দিল্লী বিস্ফোৰণৰ তদন্তত এই পৰ্যন্ত বহু বৃহৎ তথ্য প্ৰকাশ পাইছে।বিস্ফোৰণৰ সৈতে জড়িত আন এখন বাহন বৃহস্পতিবাৰে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ পাৰ্কিং লটত উদ্ধাৰ হয়।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, বাহনখন ডাঃ শ্বাহীন শ্বাহিদৰ নামত পঞ্জীয়ন কৰা আছিল,ইতিমধ্যে ‘হোৱাইট কলাৰ টেৰ’ৰ মডিউল’ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাত; AIU এ বাতিল কৰিলে সদস্যপদ

শেহতীয়া প্ৰৱন্ধসমূহ