‘অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’; ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীৰ বিৰুদ্ধে হুংকাৰ অমিত শ্বাহৰ

‘অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’; ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীক হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ অবৈধ বিদেশীক সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। এজন এজনকৈ বিদশীক বহিষ্কাৰৰ ঘোষণা। আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই জনসভাৰ পৰাই ২৬ ৰ নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ বাবে ডিব্ৰুগড়ৰ বাসীক

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ অবৈধ বিদেশীক সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। এজন এজনকৈ বিদশীক বহিষ্কাৰৰ ঘোষণা।

আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই জনসভাৰ পৰাই ২৬ ৰ নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ বাবে ডিব্ৰুগড়ৰ বাসীক গৃহমন্ত্ৰী গৰাকীয়ে অভিনন্দন জনাই।

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ পৰা গৃহমন্ত্ৰী গৰাকীয়ে অবৈধ বাংলাদেশীৰ সকীয়নি দিয়ে। তেওঁ কয় যে, ‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয় বাৰলৈ বিজেপি চৰকাৰ বনাওক।অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’।

‘অনুপ্ৰৱেশকাৰীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানকো নেৰিলে।অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে।যিসকল বিদেশী পূৰ্বে আহিলে তেওঁলোকক বহিষ্কাৰ কৰিবই লাগিব’।

‘কেৱল বিজেপিয়েহে সেই কাম কৰিব পাৰিব।১লাখ ২৪হাজাৰ একৰ ভূমি বাংলাদেশীৰ পৰা মুক্ত কৰাৰ দায়িত্ব বিজেপিৰ । সেয়ে সকলোৱে পুনৰবাৰে বিজেপি চৰকাৰ বনাওক’।

লগতে পঢ়ক: শেষ হ’ল মতানৈক্য; শশী থাৰুৰ আৰু ৰাহুল গান্ধীৰ ফটোৱে লগাইছে তোলপাৰ