‘বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাক লাগিবঃ মুখ্যমন্ত্ৰী

‘বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাক লাগিবঃ মুখ্যমন্ত্ৰী

শনিবাৰে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিটিচিৰ উন্নয়ণৰ বাবে বিজেপি আৰু বিপিএফ এক হ’বই লাগিব। শনিবাৰে NDA ৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে’ৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই।

শনিবাৰে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিটিচিৰ উন্নয়ণৰ বাবে বিজেপি আৰু বিপিএফ এক হ’বই লাগিব।

শনিবাৰে NDA ৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে’ৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই।

নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইমান বৰষুণৰ পিছটো পঞ্চাশ হাজাৰতকৈও অধিক ৰাইজ ওলাই আহিছে। আৰু এই ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে, NDA ৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে’ এ জয় লাভ কৰিব। আৰু মোৰ বিশ্বাস যে বিটিচিৰ ১৫খন আসনৰ ১৫ খনতেই NDA ৰ প্ৰাৰ্থী বিজয়ী হ’ব। NDA মানে বিপিএফ, বিজেপি, অগপ।পদুম আৰু নাঙল দুইটাই মিলি NDA । বৰ্তমান লৈকে UPPL আমাৰ লগত নাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিটিচিৰ উন্নয়ণৰ বাবে বিজেপি আৰু বিপিএফ লগ হ’বই লাগিব।বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা আৰু বিটিচিৰ ৰাইজক লাগিব।   

লগতে পঢ়ক: ‘আমি উৰাবাতৰিৰ পৰা আঁতৰি থাকিব লাগিব’; দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ   

শেহতীয়া প্ৰৱন্ধসমূহ