দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক; আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা

দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক; আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা

আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। ইতিমধ্যে ৩ মাৰ্চত ৪২ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কংগ্ৰেছে। আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। স্ক্ৰীনিং কমিটীৰ বৈঠকত ইতিমধ্যে চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা। শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হৈছিল CECৰ বৈঠক।AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অধ্যক্ষতাত হৈছিল এই

আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। ইতিমধ্যে ৩ মাৰ্চত ৪২ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কংগ্ৰেছে।

আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। স্ক্ৰীনিং কমিটীৰ বৈঠকত ইতিমধ্যে চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা। শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হৈছিল CECৰ বৈঠক।AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অধ্যক্ষতাত হৈছিল এই বৈঠকখন। বৈঠক খনত APCCৰ সভাপতি গৌৰৱ গগৈৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো উপস্থিত আছিল।

তাৰ লগতে এই বৈঠকত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেণুগোপাল, অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী, অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙ, কংগ্ৰেছ জ্যেষ্ঠ পৰ্যবেক্ষকসকল আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলো উপস্থিত আছিল।এই বৈঠকত অসমৰ আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।

লগতে পঢ়ক: ‘বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে’…অৱশেষত আনুষ্ঠানিকভাৱে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিলে ৰাইজৰ দলে