এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ'ৰ্ট! বিস্ফোৰক তথ্য ফাদিল

এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ আন এক বিস্ফোৰক তথ্য ফাদিল হৈছে। IBৰ গোপন ৰিপ’ৰ্ট পাকিস্তানী এজেন্ট আলী তৌকিৰ শ্বেখলৈ প্ৰেৰণ কৰিছিল এলিজাবেথে। ফাদিল হ’ল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰা বিস্ফোৰক তথ্য । ২০১৪ত IBৰ অতি গোপনীয় নথি আলী তৌকী শ্বেখলৈ প্ৰেৰণ কৰিছিল

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ আন এক বিস্ফোৰক তথ্য ফাদিল হৈছে। IBৰ গোপন ৰিপ’ৰ্ট পাকিস্তানী এজেন্ট আলী তৌকিৰ শ্বেখলৈ প্ৰেৰণ কৰিছিল এলিজাবেথে।

ফাদিল হ’ল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰা বিস্ফোৰক তথ্য । ২০১৪ত IBৰ অতি গোপনীয় নথি আলী তৌকী শ্বেখলৈ প্ৰেৰণ কৰিছিল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে ।

এলিজাবেথে ৪৫ পৃষ্ঠাজোৰা এই IBৰ গোপন ৰিপ’ৰ্ট পাকিস্তানী এজেন্ট আলী তৌকিৰ শ্বেখলৈ প্ৰেৰণ কৰিছিল। আৰু এই কথা দেওবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত উল্লেখ কৰিছে।

এতিয়া এলিজাবেথ ক’লবাৰ্নে ২০১৪ চনত আলী তৌকিৰ শ্বেখৰ বাবে পাকিস্তানলৈ প্ৰেৰণ কৰা আই বি (ইণ্টেলিজেন্স ব্যুৰ’) ৰিপ’ৰ্টৰ অৰিজিনেল ডকুমেণ্ট  আহি পৰিছে ৷  

এই প্ৰতিবেদনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পক্ষ আৰু চোৰাংচোৱা সংস্থাৰ বহু তথ্য এলিজাবেথে পাকিস্তানলৈ  প্ৰেৰণ কৰিছিল। ই প্ৰমাণ কৰে যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ কেৱল এটা সাধাৰণ ভ্ৰমণ নাছিল । এই ভ্ৰমণৰ সময়ত গৌৰৱ গগৈয়ে পাকিস্তানৰ স্পৰ্শকাতৰ অঞ্চল ভ্ৰমণ কৰিছিল ।

যদি এলিজাবাথ ক’লবাৰ্ন গগৈয়ে এই তথ্য প্ৰেৰণ কৰিছিল বুলি প্ৰমাণ হয়, তেনেহলে হয়টো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ’ব পাৰে ।

লগতে পঢ়ক: ‘পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব নোৱাৰে’; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ