বিপদ আঁতৰা নাই মহবুবুল হকৰ;  ১১ মাৰ্চ পৰ্যন্ত থাকিব লাগিব কাৰাগাৰত

দিনে দিনে যেন বিপদ বৃদ্ধি হৈছে USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকৰ। এতিয়া ১১ মাৰ্চলৈকে কাৰাগাৰতে থাকিব লাগিব মহবুবুল হক। আজি পাথাৰকান্দি থানাৰ এটা গোচৰত আছিল শুনানি। পিছে দীৰ্ঘ সময় ধৰি গোচৰটোৰ শুনানি হয় যদিও সম্পূৰ্ণ নহ’ল গোচৰটো । যাৰ ফলত আদালতৰ পৰা আজি মহবুবুল হকে

দিনে দিনে যেন বিপদ বৃদ্ধি হৈছে USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকৰ। এতিয়া ১১ মাৰ্চলৈকে কাৰাগাৰতে থাকিব লাগিব মহবুবুল হক। আজি পাথাৰকান্দি থানাৰ এটা গোচৰত আছিল শুনানি।

পিছে দীৰ্ঘ সময় ধৰি গোচৰটোৰ শুনানি হয় যদিও সম্পূৰ্ণ নহ’ল গোচৰটো । যাৰ ফলত আদালতৰ পৰা আজি মহবুবুল হকে নাপালে কোনো সকাহ ।

পাথাৰকান্দি থানাৰ এটা গোচৰত জামিন লাভ কৰিলে যদিও এতিয়াও আন এটা গোচৰত জামিন পাবলৈ বাকী আছে মহবুবুলে। জানিব পৰা মতে গোচৰটো পুনৰ ১১ মাৰ্চত হ’ব শুনানি।  

শেহতীয়া প্ৰৱন্ধসমূহ