সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক : কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ?

-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ৯টা ডাঙৰ ঘোষণা -জেলত থকা কয়দীৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত -কয়দীৰ পৰিয়ালৰ কথা চিন্তা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা -৪ লাখ টকা পৰ্যন্ত পাব এই এককালীন ক্ষতিপূৰণ -কয়দীৰ মাজত কাজিয়া হৈ কোনো কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ২ লাখ টকা

-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ৯টা ডাঙৰ ঘোষণা

-জেলত থকা কয়দীৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত

-কয়দীৰ পৰিয়ালৰ কথা চিন্তা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা

-৪ লাখ টকা পৰ্যন্ত পাব এই এককালীন ক্ষতিপূৰণ

-কয়দীৰ মাজত কাজিয়া হৈ কোনো কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ২ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ প্ৰহাৰত কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ৩ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-চিকিৎসা বিষয়া পেৰা মেডিকেল টীমৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-কোনো কয়দীয়ে চৰম সিদ্ধনাত ল’লে লাভ কৰিব ৩ লাখ টকা

-ইয়াৰ উপৰি বৰাক উপত্যকাৰ উন্নয়নৰ বাবে গঠন হ’ল নতুন বিভাগ

-শিলচৰ আৰু গুৱাহাটীত থাকিব বৰাক উপত্যকা উন্নয়নৰ কাৰ্যালয়

-৩টা ইথানল উৎপাদন প্ৰতিষ্ঠানক দিব ৰাজসাহাৰ্য

-হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈছে এই ডাঙৰ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ