ACS হ’ল দুই ভগ্নী-ভাতৃ ; পুত্ৰ জীয়ৰীৰ সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ

আজি ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফল।সদ্যঘোষিত ফলাফলত নগাঁৱৰ কৰৈয়নীৰ হেঙুলিচুকত আজি আনন্দৰ বন্যা বৈছে। কাৰণ একে ঘৰৰে দুই ভাতৃ ভগ্নীয়ে স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম লোকসেৱা আয়োগৰ ফলাফলত। ACS হ’ল জিন্টো বৰা আৰু মঞ্জুশ্ৰী বৰা। জিন্টো বৰাই ২১ সংখ্যক স্থান

আজি ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফল।সদ্যঘোষিত ফলাফলত নগাঁৱৰ কৰৈয়নীৰ হেঙুলিচুকত আজি আনন্দৰ বন্যা বৈছে।

কাৰণ একে ঘৰৰে দুই ভাতৃ ভগ্নীয়ে স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম লোকসেৱা আয়োগৰ ফলাফলত। ACS হ’ল জিন্টো বৰা আৰু মঞ্জুশ্ৰী বৰা।

জিন্টো বৰাই ২১ সংখ্যক  স্থান আৰু মঞ্জুশ্ৰী বৰাই ২৫ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে । পুত্ৰ-কন্যাৰ এই সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ।

শেহতীয়া প্ৰৱন্ধসমূহ