উৰুকাৰ আনন্দত বতৰে দিব পাৰে বাধা; কেইবাখনো জিলালৈ এলাৰ্ট জাৰি

উৰুকাৰ নিশা ভেলাঘৰত হাঁহে মাঁহে এসাজ খাম বুলি সকলোৱে হয়টো ভাবিছে। কিন্তু সেই আনন্দত বতৰে দিব পাৰে বাধা। উৰুকাৰ আনন্দ বতৰে ম্লান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ উৰুকাৰ নিশা ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। উজনিৰ পৰা নামনি লৈ শিলাবৃষ্টিৰ বাবে হাই এলাৰ্ট

উৰুকাৰ নিশা ভেলাঘৰত হাঁহে মাঁহে এসাজ খাম বুলি সকলোৱে হয়টো ভাবিছে। কিন্তু সেই আনন্দত বতৰে দিব পাৰে বাধা। উৰুকাৰ আনন্দ বতৰে ম্লান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

কাৰণ উৰুকাৰ নিশা ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। উজনিৰ পৰা নামনি লৈ শিলাবৃষ্টিৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে।