আজি লোকসভাত উত্থাপন হ'ব VB-G RAM G বিধেয়ক, জানক ইয়াৰ বিশেষত্ব কি ?

আজি লোকসভাত উত্থাপন হ’ব VB-G RAM G বিধেয়ক, জানক ইয়াৰ বিশেষত্ব কি ?

আজি লোকসভা উত্থাপন হ’ব ‘বিকশিত ভাৰত গ্যাৰান্টি ফৰ ৰোজগাৰ এণ্ড জীৱিকা মিশ্যন’ বা VB-G RAM G বিল ২০২৫ । কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভা উত্থাপন কৰিব ‘বিকশিত ভাৰত গ্যাৰান্টি ফৰ ৰোজগাৰ এণ্ড জীৱিকা মিশ্যন’ বা VB-G RAM G বিল ২০২৫ । এই

আজি লোকসভা উত্থাপন হ’ব ‘বিকশিত ভাৰত গ্যাৰান্টি ফৰ ৰোজগাৰ এণ্ড জীৱিকা মিশ্যন’ বা VB-G RAM G বিল ২০২৫ ।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভা উত্থাপন কৰিব ‘বিকশিত ভাৰত গ্যাৰান্টি ফৰ ৰোজগাৰ এণ্ড জীৱিকা মিশ্যন’ বা VB-G RAM G বিল ২০২৫ । এই বিধেয়কখন বিবেচনাৰ বাবে সদনত লোৱাৰো প্ৰস্তাৱ কৰিব মন্ত্ৰীগৰাকীয়ে ।

বিধেয়কখনৰ উদ্দেশ্য

প্ৰস্তাৱিত আইনখনৰ লক্ষ্য হৈছে বিকশিত ভাৰত ২০৪৭ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এক নতুন গ্ৰাম্য উন্নয়নৰ কাঠামো স্থাপন কৰা । ইয়াত প্ৰতিটো গ্ৰাম্য পৰিয়ালক ১২৫ দিনৰ দৰমহাযুক্ত কৰ্মসংস্থাপনৰ বিধিগত নিশ্চয়তা প্ৰদান কৰা হৈছে, যাৰ প্ৰাপ্তবয়স্ক সদস্যসকলে স্বেচ্ছাই শ্ৰম কৰে ।

এই বিধেয়কখনৰ লক্ষ্য হৈছে ভাৰতৰ গ্ৰাম্য অঞ্চলত সৱলীকৰণ, সৰ্বাংগীন বিকাশ আৰু আঁচনিৰ উন্নত সমন্বয় আৰু অভিসৰণক প্ৰসাৰিত কৰা, যাৰ ফলত এখন সমৃদ্ধিশালী আৰু স্থিতিস্থাপক গ্ৰাম্য ভাৰতৰ ভেটি স্থাপন কৰা । ইয়াত নিয়োগ আৰু জীৱিকাৰ সৈতে জড়িত অন্যান্য সহায়ক আৰু প্ৰাসংগিক বিধানসমূহো অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ কুমাৰ গোৱেলক মুখ্য তথ্য আয়ুক্ত নিযুক্তি, ৰাষ্ট্ৰপতিয়ে দিলে শপত