অমৃতপ্ৰভা মহন্ত

শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ….

শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত।৬ দিন ধৰি CIDৰ জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ সময়ত জুবিন গাৰ্গৰ সৈতে য়টখনত আছিল দুয়ো। আজিও CID এ দুয়োকে মাৰাথান জেৰা চলাইছিল। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বৰ্তমানলৈকে ৪ জনক গ্ৰেপ্তাৰ

শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত।৬ দিন ধৰি CIDৰ জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ সময়ত জুবিন গাৰ্গৰ সৈতে য়টখনত আছিল দুয়ো।

আজিও CID এ দুয়োকে মাৰাথান জেৰা চলাইছিল। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বৰ্তমানলৈকে ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে জুবিন গাৰ্গৰ ভাতৃ সন্দিপন গাৰ্গক CID মাৰাথন জেৰা চলাই থকা হৈছে।  

জানিব পৰা মতে অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বহুটো চাঞ্চল্যকৰ তথ্য লাভ কৰিছে CID এ।

লগতে পঢ়ক:  জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

শেহতীয়া প্ৰৱন্ধসমূহ